• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰামপুৰ মহাবিদ্যালয়ত অধ্যক্ষৰ ছত্ৰছায়াত চলিছে ব্যাপক অনিয়ম: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 21, 2018 11:29 am
Representative Image
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ গ্ৰাম্য জিলাৰ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী বিগত দুবছৰে প্ৰকাশ নোপোৱাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ দীনমণি কলিতা আৰু মহাবিদ্যালয়খনৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰূপম কলিতাৰ বিৰুদ্ধে ব্যাপক খেলিমেলি তথা মাৰপিটৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে এক গোচৰ ৰুজু কৰে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক বিত্ত সম্পাদক হিৰণ্য পাঠৰীয়ে নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জানিবলৈ দিয়া মতে তেওঁলোকে পূৰ্বেও আলোচনী প্ৰকাশ কৰিবৰ বাবে অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

Apply Now

এই সন্দৰ্ভত তেওঁ আৰু কয়, “আজি দুবছৰ ধৰি মহাবিদ্যালয়ৰ অধ্যক্ষ দীনমণি কলিতাই ছাত্ৰ-ছাত্ৰীৰ পৰা বাৰ্ষিক আলোচনীৰ নামত ধন সংগ্ৰহ কৰিছে যদিও দুবছৰে আলোচনী প্ৰকাশ কৰাৰ পৰা বিৰত আছে। এই বিষয়ে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক অবগত কৰে’।

তেওঁ পুনৰ উল্লেখ কৰি কয় যে তেওঁলোকে এই সন্দৰ্ভত অধ্যক্ষ দীনমণি কলিতাক স্মাৰক পত্ৰ প্ৰদান কৰিবৰ বাবে গৈছিল যদিও তেওঁ অনুপস্থিত থকাৰ বাবে উপাধ্যক্ষক স্মাৰক পত্ৰখন প্ৰদান কৰে।

উপাধ্যক্ষগৰাকীয়ে ছাত্ৰ মুক্তিক অহা ১৫ দিনৰ ভিতৰত আলোচনী প্ৰকাশ কৰিব বুলি লিখিত ৰূপত প্ৰতিশ্ৰুতি দিছিল বুলি হিৰণ্যই আমাৰ আগত সদৰী কৰে।

আনহাতে ছাত্ৰ নেতাজনে কৰা অভিযোগ অনুসৰি যোৱা বছৰৰ পৰা মহাবিদ্যালয়খনত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।

এই দুই বিষয়ক লৈ যোৱা ১৬ ফেব্ৰুৱাৰিত আলোচনাত মিলিত হ’বৰ বাবে অধ্যক্ষৰ হৈ মহাবিদ্যালয়খনৰ অধ্যাপক মনোৱাৰ হুছেইনে ফোনযোগে আমন্ত্ৰণ জনাই বুলিও নেতাজনে উল্লেখ কৰে।

আলোচনাৰ বাবে মাতি নি তেওঁলোকক অপমানিত কৰি পঠিওৱা বুলিহে অভিযোগ তোলে সংগঠনটোৰ নেতৃবৃন্দই।

এই সন্দৰ্ভত তেওঁ কয় “আমাক আলোচনাৰ বাবে মাতিছিল যদিও অধ্যক্ষ আৰু তেওঁৰ ভেৰুনীয়া গুণ্ডা বাহিনীয়ে আমাক অত্যাচাৰ চলাইছিল। ৰূপম কলিতাকে ধৰি অন্য ভেৰুনীয়া গুণ্ডাই আমাৰ লগত প্ৰথমতে তৰ্ক বিতৰ্ক কৰে আৰু তাৰ পাছত কোঠালৈ মাতি নি প্ৰহাৰ কৰে।”

এই সন্দৰ্ভত বিজয়নগৰ আৰক্ষী থানাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হৈ হিৰণ্য পাঠৰীয়ে গোচৰ ৰুজু কৰে যদিও আৰক্ষীয়ে অভিযুক্ত সকলক এই পৰ্যন্ত কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

October 4, 2026 9:52 am
আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 4, 2026 8:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

October 4, 2026 9:52 am
আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd