• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলে জৰিমনা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 6, 2020 5:23 pm
COVID-19: Assam to fine for not wearing mask in public place

মন্ত্ৰী পিযুষ হাজৰিকাৰ ফাইল ছবি।

457
VIEWS
Share on FacebookShare on Twitter

অসমৰ স্বাস্থ্য বিভাগে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে জৰিমনা বিহাৰ বাবে শীঘ্ৰে নিয়ম জাৰি কৰিব।

“ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে  ৫০০টকাৰ জৰিমনা ভৰিব লগা হ’ব বুলি আজিয়েই হয়তো স্বাস্থ্য বিভাগে এটি আইন আনিব,” গুৱাহাটীত বুধবাৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই কয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত কনিষ্ঠ চিকিৎসক সন্থাৰ ৰক্তদান শিবিৰ মুকলি  কৰি মন্ত্ৰী হাজৰিকাই এই কথা সদৰী কৰে৷

শিৱিৰটোত প্ৰায় ২০০ গৰাকী কনিষ্ঠ চিকিৎসকে ৰক্তদান কৰে।

কৰ’না ভাইৰাছৰ দুৰ্যোগৰ সময়ত কনিষ্ঠ চিকিৎসক সন্থাই লোৱা এই পদক্ষেপক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে।

“এই পদক্ষেপে দুৰ্যোগৰ সময়ত সকাহ দিব বুলি আশা কৰিছো,” হাজৰিকাই কয়।

আনহাতে অসমত ক’ভিড-১৯ৰ সমস্যা এতিয়াও সমাধান হোৱা নাই বুলি মন্তব্য কৰি তেওঁ সকলো জনসাধৰণক সজাগ হৈ থকাৰ আহ্বান জনায়।

ইপিনে তেওঁ জানিবলৈ দিয়ে যে কোকৰাঝাৰত মঙ্গলবাৰে চিনাক্ত হোৱা  কৰ‘না আক্ৰান্ত ৰোগী গৰাকী কোচবিহাৰৰ পৰা অহাৰ পিছতে কোৱাৰেণ্টাইনত আছিল।

বৰ্তমান তেওঁক এম এম চি এইচত চিকিৎসা কৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

আনহাতে বাহিৰৰ পৰা অহা লোকৰ ক্ষেত্ৰত প্ৰতিখন ৰাজ্যৰ সীমাত বিশেষ ব্যৱস্থা কৰাৰ কথা জনালে মন্ত্ৰী গৰাকীয়ে।

“বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ কোৱাৰেণ্টাইন শিবিৰ ইতিমধ্যেই নিৰ্মাণ সম্পূৰ্ণ হৈছে,” মন্ত্ৰীগৰাকীয়ে জনায়।

Tags: COVID-19

Recent News

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

ইউক্ৰেইনৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথম, দাবী মস্কোৰ

ইউক্ৰেইনৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথম, দাবী মস্কোৰ

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd