• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টুইটাৰত গৃহ মন্ত্ৰী অমিত শ্বাহে ক’লে,’মই সম্পূৰ্ণ সুস্থ, মোৰ কোনো বেমাৰ নাই’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2020 7:01 am
Amit-Shah-1-750x375

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন ধৰি জনচক্ষুৰ আঁৰত থকা দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্যক লৈ বিভিন্ন মিডিয়াত প্ৰকাশ পোৱা শংকা শনিবাৰে দূৰ কৰিলে অমিত শ্বাহে নিজেই।

এটা টুইটৰ জৰিয়তে নিজৰ শুভাকাংক্ষীসকলক তেওঁ জানিবলৈ দিয়ে যে তেওঁ সম্পূৰ্ণ সুস্থ আৰু অসুস্থতা সম্পৰ্কীয় খৱৰ ভুৱা।

Apply Now

ছচিয়েল মিডিয়াত অমিত শ্বাহৰ স্বাস্থ্য সন্দৰ্ভত বিভিন্ন বাতৰি প্ৰকাশ পাইছিল। কিন্তু  তেওঁ নিজেই সুস্থতাৰ কথা প্ৰকাশ কৰি সেই সকলো জল্পনা-কল্পনাৰ ওৰ পেলালে।

হিন্দীত টুইট কৰি তেওঁ কয়,’’যেতিয়া এই বাতৰিবোৰ মোৰ দৃষ্টিলৈ আহে মই ভাৱিলো মানুহে নিজৰ কল্পনাতে মজি থাকক। সেয়েহে, মই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলো।‘’

‘’ মোৰ কেইবাজনো বন্ধুৰ দৰে লোকে মোৰ সম্পৰ্কত ছচিয়েল মিডিয়াত অপপ্ৰচাৰ কৰিছে। কোনো কোনোৱেতো মোৰ আত্মাৰ শান্তি কামনাও কৰিছে। দেশে যেতিয়া কৰ’না ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছে আৰু দেশৰ গৃহ মন্ত্ৰীগৰাকীয়ে দেৰিলৈকে নিশা মন্ত্ৰ্যালয়ৰ কামত ব্যস্ত থাকে তেতিয়া এইবোৰ বিষয়ে চিন্তা কৰাৰ অৱকাশ নাথাকে,’’-তেওঁ লগতে কয়।

मेरे स्वास्थ्य की चिंता करने वाले सभी लोगों को मेरा संदेश। pic.twitter.com/F72Xtoqmg9

— Amit Shah (@AmitShah) May 9, 2020

অপপ্ৰচাৰ কৰা সকলক লক্ষ্য কৰি তেওঁ লিখিছে:’’হিন্দুসকলৰ মাজত এটা ধাৰণা আছে যে, এনেধৰণৰ মিছা খৱৰে স্বাস্থ্য আৰু প্ৰাণৱন্ত কৰি তোলে। মই আশা কৰো তেওঁলোকে এইবাৰ ব্যৰ্থ চেষ্টা ত্যাগ কৰি নিজেও কামত লাগিব আৰু মোকো কাম কৰিবলৈ দিব।‘’

অমিত শ্বাহে লগতে তেওঁৰ শাৰীৰিক সুস্থতা কামনা কৰা শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য যে যোৱা এপ্ৰিল মাহৰ প্ৰথম ভাগত এটা হিন্দী সংবাদ গোষ্ঠীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি দাবী কৰি বাতৰি প্ৰচাৰ কৰাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

চৰকাৰী এজেঞ্চি প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো চমুকৈ পি আই বিয়ে তাৰ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোখন ভূৱা বুলি স্পষ্টীকৰণ দিছিল।

‘‘মানুহৰ মনত ভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এনে ভূৱা ফটো প্ৰচাৰ কৰা হৈছে। এনে ধৰণৰ ফটো শ্বেয়াৰ আৰু ফৰোৱাৰ্ড নকৰিব,’’ বুলিও পি আই বিয়ে নিজৰ টুইটাৰত উল্লেখ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে   

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে  

June 14, 2026 10:01 am
‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

June 14, 2026 9:31 am
ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

June 14, 2026 8:43 am
FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

June 14, 2026 8:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে   

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে  

June 14, 2026 10:01 am
‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

June 14, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd