• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ শীৰ্ষ উদ্যোগপতি আনন্দ মহিন্দ্ৰাৰ মতে লকডাউন বৃদ্ধি কৰাটো হ’ব আত্মঘাতী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 9:58 am
anand-mahindra-620x372

বিশিষ্ট উদ্যোগপতি আনন্দ মহিন্দ্ৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ এগৰাকী প্ৰসিদ্ধ উদ্যোগপতি আনন্দ মহিন্দ্ৰাৰ মতে লকডাউনৰ ম্যাদ দীৰ্ঘদিনৰ বাবে বৃদ্ধি কৰাটো দেশৰ অৰ্থনীতিৰ বাবে আত্মঘাতী প্ৰমানিত হ’ব পাৰে।

সোমবাৰে তেওঁ এলানি টুইটৰ জৰিয়তে কয় যে লকডাউন বৃদ্ধি কৰিলে সমাজৰ নিম্ন স্তৰৰ লোকসকলৰ বাবে ভীষণ সমস্যাৰ সৃষ্টি কৰিব।

Apply Now

তেওঁ কয় যে লকডাউন আগলৈ বৃদ্ধি কৰিলে অৰ্থনীতিৰ বাবে আত্মঘাতী প্ৰমানিত হ’ব পাৰে।

‘’অৰ্থ ব্যৱস্থা চলি থকা আৰু আগবঢ়াই নিয়াটো লোকৰ জীৱিকাৰ বাবে প্ৰতিৰক্ষা ব্যৱস্থাটোৰ দৰে।লকডাউনৰ ফলত প্ৰতিৰক্ষা ব্যৱস্থা দুৰ্বল হৈ পৰে আৰু আমাৰ সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণীটোক ক্ষতিগ্ৰস্ত কৰে,’’-তেওঁ কয়।

উল্লেখ্য যে আনন্দ মহিন্দ্ৰাই বহুদিনৰ পৰাই লকডাউন খোলাৰ সপক্ষে মত ব্যক্ত কৰি আহিছে। তেওঁ ৱৰ্ক ফ্ৰম হোমতকৈ অফিচলৈ গৈ কাম কৰাটো অধিক ভাল বুলিও কৈছিল।

বিশিষ্ট উদ্যোগপতিগৰাকীয়ে কয়,’’যোৱা কিছুদিনত নতুন ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। আমাৰ জনসংখ্যা আৰু বাকী বিশ্বৰ তুলনাত কম আক্ৰান্তৰ ঘটনালৈ চাই পৰীক্ষা বৃদ্ধি হৈ যোৱাৰ লগে লগে নতুন সংক্ৰমণ বৃদ্ধি পোৱাটো অপৰিহাৰ্য। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে লকডাউনে সহায় কৰা নাই। ভাৰতে ইয়াৰ ঐক্যবদ্ধ যুঁজেৰে লক্ষাধিক মৃত্যু ৰোধ কৰিছে।‘’

দেশত তৃতীয় পৰ্যায়ৰ লকডাউন ৪মে’ৰ পৰা ১৭ মে’লৈকে বাহাল আছে। প্ৰথম পৰ্যায়ত লকডাউন ২৫ মে’ৰ পৰা বলবৎ হৈছিল।

তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে সোমবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সঙৰ জৰিয়তে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে অৰ্থনৈতিক কামকাজ কেনেকৈ আগবঢ়াই নিব পাৰি সেই বিষয়ে মুখ্য মন্ত্ৰীসকলৰ পৰা পৰামৰ্শ বিচাৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd