• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পথ দুৰ্ঘটনাত নিহত গৃহাভিমুখী এটি শিশুসহ তিনি শ্ৰমিক : আহত ৪৪ জন প্ৰৱাসী শ্ৰমিক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2020 4:58 pm
bh5lk67_car-accident-generic-unsplash-650_625x300_24_January_19

প্ৰতিনিধিত্বমূলক ছবি

907
VIEWS
Share on FacebookShare on Twitter

পদব্ৰজে ঘৰলৈ আহি থকাৰ পথত সংঘটিত দুটা পথক পথ দুৰ্ঘটনাত নিহত হৈছে এটি শিশুসহ তিনিজন প্ৰৱাসী শ্ৰমিক।

ইযাৰে এটা  ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুধবাৰে উত্তৰ প্ৰদেশৰ কাণপুৰত।

গুজৰাটৰ আহমদাবাদত প্ৰৱাসী শ্ৰমিকৰূপে কৰ্মৰত ৫৪ গৰাকী প্ৰৱাসী শ্ৰমিকে পৰিয়ালসহ নিজ গৃহ উত্তৰ প্ৰদেশৰ বলৰামপুৰলৈ আহি থকাৰ পথত সংঘটিত হয় এই দুঘৰ্টনাটো।

লালপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কাণপুৰ-ঝাঞ্চি ৰাষ্ট্ৰীয় পথত এখন ট্ৰাকে সংঘটিত কৰে এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত এটি শিশুসহ দুজন শ্ৰমিক নিহত হোৱাৰ লগতে অন্য ৪৬ জন শ্ৰমিক আহত হয়।

“নিহতসকলক ৰোহিত(২৫), হীৰামন(৫০) আৰু সোমাইয়া(২) বুলি  চিনাক্ত কৰা হৈছে। তেওঁলোক সকলো বলৰামপুৰৰ নিৱাসী।” কাণপুৰ আৰক্ষী অধীক্ষক(কাণপুৰ দেহাত) অনুৰাগ ভাটে কয়।

আহত শ্ৰমিকসকলক কাণপুৰৰ লালা লাজপট ৰয়(LLR) চিকিৎসালয়ত ভৰ্তি কৰোৱ হয়।

আনহাতে চিত্ৰকোটত মঙলবাৰে সংঘটিত আন এটা পথ দুৰ্ঘটনাত মোহন(৪০) নামৰ এজন প্ৰৱাসী শ্ৰমিকো নিহত হৈছে।

তিনিপুত্ৰৰ সৈতে কৰ্মৰত ছত্তিশগড়ৰ ৰায়পুৰৰ পৰা উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ নিজ ঘৰলৈ উভতাৰ পথত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত নিহত হয় লোকজন।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে জব্ধ কৰিছে।

Recent News

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

দুবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি উইম্বলডন জয় ইটালীৰ আনিক ছিনাৰৰ

দুবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি উইম্বলডন জয় ইটালীৰ আনিক ছিনাৰৰ

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

মিথ্যা চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ দাবী! আন্তঃগাঁথনিৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ

মিথ্যা চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ দাবী! আন্তঃগাঁথনিৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd