• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰীৰ সৈতে হোৱা ভিডিও কনফাৰেন্সত দুসপ্তাহ লকডাউন বৃদ্ধিৰ পোষকতা সোণোৱালৰ

কৰণাৰ বিৰুদ্ধে যুঁজ : প্ৰধান মন্ত্ৰীৰ প্ৰশংসাৰে উপচাই সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 15, 2020 1:38 pm
WhatsApp Image 2020-05-15 at 1.13.54 PM

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ বিৰুদ্ধে যুঁজত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি সদৰী কৰি প্ৰশংসাৰে উপচাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এক সংবাদমেল সম্বোধন কৰে।

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সংবাদমেল সম্বোধন কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে।

মুখ্য মন্ত্ৰীয়ে কয় যে কৰোনা ভাইৰাছে মানৱ সমাজৰ ওচৰত প্ৰত্বাহ্বান সৃষ্টি কৰাৰ সময়ত দেশবাসী কৰ’নাৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৱে থিয় হৈছে।

তেওঁ কয়,‘’দেশত আৰ্থিক সমস্যা হৈছে যদিও ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে চেষ্টা কৰিছে।‘’

মুখ্য মন্ত্ৰী সোণোৱালে প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজক প্ৰসংশা কৰি ইয়াৰ পৰা অসমবাসীয়ো উপকৃত হ’ব বুলি কয়।

প্ৰধানমন্ত্ৰীৰ সময়োচিত পদক্ষেপে দেশবাসীক কৰোনাৰ পৰা ৰক্ষা কৰিলে বুলি মন্তব্য কৰে সোণোৱালে।

‘’এই দুৰ্দিনৰ সময়ত তেওঁ দৰিদ্ৰ লোকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে সেয়া নিশ্চয়কৈ প্ৰশংসনীয়। তেওঁ দৰিদ্ৰৰ বন্ধু হিচাপে বিপদত থিয় দিছে’’-তেওঁ কয়।

মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয়, ‘’অসমৰ ৩ কোটি এনে লোক উপকৃত হব। ৮ কোটি ৰেচন নথকা লোকলৈ বিনামুলীয়া চাউল দিয়া হৈছে। অসমৰ ৪৪ লাখ পৰিয়ালকো বিনামুলীয়া চাউল দিয়া হৈছে।‘’

‘’বিদেশী বিনিয়োগকাৰীক আদঁৰণি জনাবলৈও কেন্দ্ৰলৈ অনুৰোধ প্ৰেৰণ কৰা হৈছে। যিবোৰ উদ্যোগত পি এফৰ সমস্যা আছিল সেই উদ্যোগৰ মালিক-শ্ৰমিকৰ ১২ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰৰ এই আচঁনিৰ পৰা লাভান্বিত হ’ব,’’-তেওঁ কয়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে  ১৯৫২ চনৰ পিচত প্ৰথম বাৰৰ বাবে এনে দুৰ্যোগ আহিছে। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা ভিডিও কনফাৰেন্সত ৰাজ্যৰ বাবে অৰ্থনৈতিক সহায় বিচৰা হৈছিল।

তেওঁ বাহিৰৰ পৰা অহা শ্ৰমিকক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰী সোণোৱালে জানিবলৈ দিয়ে যে অসম চৰকাৰ তৰফৰ পৰা পুনৰ ১৪ দিন অসমত লকডাউন বৃদ্ধি কৰিবলৈ প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

মুখ্য মন্ত্ৰীয়ে ইয়াৰ মাজতে কৃষক সন্মান নিধি কেলেংকাৰিৰ তদন্ত চলি আছে বুলিও জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd