• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সপ্তম সংযোজন হিচাপে কলিয়াবৰৰ বান্দৰডুবি অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক হস্তান্তৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 15, 2020 5:15 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছটাকৈ সংযোজনৰ পাচত বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে আনুষ্ঠানিকভাৱে সংযোজিত সপ্তম সংযোজনৰ ৩১৩ হেক্টৰ ভূমি।

ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিনে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ বাগৰি বনাঞ্চলৰ বান্দৰডুবি এলেকাৰ ৩১৩ হেক্টৰ ভূমি আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা হয়।

Apply Now

চাৰি বছৰৰ পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নির্দেশ যোগে কাজিৰঙাৰ দক্ষিণ সীমাত থকা বান্দৰডুবিৰ ২৯৭ হেক্টৰ আৰু দেওচূৰৰ ১৬ হেক্টৰ ভূমিত উচ্ছেদ চলাইছিল য’ত আৰক্ষী গুলীত দুজন লোকেৰ মৃত্যু হৈছিল।

উক্ত উচ্ছেদ অভিযানৰ চাৰি বছৰ পাচত এই বেদখলমুক্ত কৰা ভূমি ৰাজহ বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে হস্তান্তৰ কৰে।

বিগত চাৰিটা বছৰত এই উচ্ছেদিত ভূমিত কিছু লোকে খেতি কৰি পুনৰ বেদখল কৰাৰ চেষ্টা চলাইছিল। যদিও কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে ইয়াক জে চি বি লগাই পুনৰ উচ্ছেদ কৰি সীমা চিহ্নিত কৰাৰ লগতে বনকৰ্মীয়ে তহল দিব পৰাকৈ সীমান্ত পথো নিৰ্মাণ কৰে।

সঞ্চালক গৰাকীৰ এনে কাৰ্যৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সপ্তম সংযোজন হিচাবে বান্দৰডুবি আৰু দেওচূৰ অঞ্চলৰ ভূমি সংযোজিত হয়।

কলিয়াবৰৰ মহকুমাধিপতি কার্যালয়ত আয়োজিত বৈঠকত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, কাজিৰঙাৰ সঞ্চালক পি শিবকুমাৰ, কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওঁগৰ উপস্থিতিত কাজিৰঙাৰ ডি এফ অ’ ৰমেশ গগৈৰ হাতত কলিয়াবৰৰ ৰাজহ চক্র বিষয়াই বান্দৰডুবি আৰু দেওচুৰৰ ভূমি সপ্তম সংযোজন হিচাপে আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

পি শিৱকুমাৰৰ মতে বান্দৰডুবিৰ এই সপ্তম সংযোজন এলেকা ইতিমধ্যেই গঁড়, হাতী, পহু, ম’হ আদি বন্যপ্রাণীৰ আৱাস হৈ পৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্রাণীৰ আশ্ৰয়ৰ বাবে চলিত বৰ্ষত এই এলেকাত নতুনকৈ দুটা হাইলেণ্ড নির্মাণ কৰা হ’ব বুলিও তেওঁ জনায়।

বান্দৰ ডুবি অঞ্চলত হোৱা বন্যপ্ৰাণী আগমনৰ বাবে অঞ্চলটোক পর্যটক বাবে মুকলি কৰাৰ পৰিকল্পনা কৰিছে উদ্যান কৰ্তৃপক্ষই। ইয়াৰ বাবে অঞ্চলটোৰ আন্তঃগাঠনি নিৰ্মাণৰ কামো আৰম্ভ কৰিছে। সকলো ঠিকে থাকিলে আগন্তুক পৰ্যটন বৰ্ষত কাজিৰঙাৰ পৰ্যটন মানচিত্ৰত বান্দৰডুবি অন্তৰ্ভূক্ত হ’ব।

উত্তম শইকীয়া

উত্তম শইকীয়া

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd