• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ পৈতৃক প্ৰাসাদ কিনি ল’ব লগা হৈছিল ছেইফ আলি খানে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2020 9:32 pm
Actor Saif Ali Khan earned back his ancestral Pataudi Palace
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউদ অভিনেতা ছেইফ আলি খানে নিজৰ পৈতৃক ঘৰ পাটাউদি প্ৰাসাদটো কিনি ল’ব লগা হৈছিল।

বাতৰি মতে প্ৰাসাদটোৰ মূল্য ৮০০ কোটি টকা।

Apply Now

ছেইফ আলি খান নৱাবি পৰিয়ালৰ আৰু তেওঁৰ দেউতাক আছিল বিখ্যাত ক্ৰিকেটাৰ মনছুৰ আলি খান পাটাউদি।

দেউতাকৰ মৃত্যুৰ পিছত প্ৰাসাদটো নীমৰানা হোটেল নামৰ এটা প্ৰতিষ্ঠানক বিক্ৰী কৰি দিয়া হৈছিল।

পিছত ছেইফ আলি খানে চিনেমাত অভিনয় কৰি পোৱা ধনেৰে প্ৰাসাদটো কিনি লৈছিল।

এটা ৱেবছাইটৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল অভিনেতাজনে।

“যিটো ঘৰ মই উত্তৰাধিকাৰীসূত্ৰে পাব লাগিছিল সেইটো মই চিনেমা কৰি পোৱা পইচাৰে ঘূৰাই পালো,” ছেইফ আলি খানে সাক্ষাৎকাৰটোত কয়।

পাটাউদি প্ৰাসাদটো ১৯৩৫ চনত নিৰ্মাণ কৰা হৈছিল।

প্ৰাসাদটোত ডেৰ শতাধিক কোঠা আছে আৰু তাত এশ মানুহে কাম কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন ভোটাৰৰ বাবে সলনি হোৱা নাই প্ৰ-পত্ৰ ৬! বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ

নতুন ভোটাৰৰ বাবে সলনি হোৱা নাই প্ৰ-পত্ৰ ৬! বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ

October 27, 2026 9:09 am
চিতাত ছাগলী জ্বলাই দি নিজৰ ডেথ চাৰ্টিফিকেট উলিয়ালে যুৱকে, কিন্তু কিয়? জানি চকু কপালত উঠিব!

চিতাত ছাগলী জ্বলাই দি নিজৰ ডেথ চাৰ্টিফিকেট উলিয়ালে যুৱকে, কিন্তু কিয়? জানি চকু কপালত উঠিব!

October 27, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd