• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পূৱৰ আমজান দিহিং পাটকাইক বচাওক : কয়লা খননৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ অভিনৱ প্ৰচাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2020 6:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় ব্যনপ্ৰাণী ব’ৰ্ডে(NBWL) দিহিং পাটকাই অভয়াৰণ্যৰ অন্তৰ্গত হস্তীৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ্ছৰ ভূমিত ক’ল ইণ্ডিয়া লিমিটেডৰ কয়লা খননৰ  বাবে দিয়া প্ৰস্তাৱক ইতিমধ্যে সেউজ সংকেট প্ৰদান কৰিছে।

পূৱৰ অমাজান খ্যাত দিহিং পাটকাইৰ বনাঞ্চলত কয়লা খননৰ প্ৰস্তাৱক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডে ক’ল ইণ্ডিয়াক কয়লা খননৰ বাবে সেউজ সংকেট প্ৰাদন কৰাৰ বিৰুদ্ধে সৰৱ হৈছে গুৱাহাটী আৰু কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল।

Apply Now

ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে দিহিং পাটকাইত কয়লা খনন বন্ধ কৰিবলৈ এক অনলাইন প্ৰচাৰ আৰম্ভ কৰিছে।

শিক্ষানুষ্ঠানখনৰ ইক’ ক্লাৱে চ’ছিয়েল মিডিয়াৰ যোগে সজাগতা বৃদ্ধিৰে এই প্ৰচাৰক এক আন্দোনলনৈ উত্তৰণ কৰাত গুৰুত্ব প্ৰদান কৰিছে।

‘অসমৰ দিহিং পাটকাই বনাঞ্চলত চলি থকা কয়লা খনন কাৰ্যই এই বৰ্ষাৰণ্যখনক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। শেহতীয়াকৈ NBWL য়ে চালেকিৰ হাতীৰ সংৰক্ষিত অঞ্চলত ৯৮.৫৯ হেক্টৰ মাটিত কয়লা খননৰ বাবে প্ৰদান কৰা অনুমোদনে, দিহিং পাটকাই বনাঞ্চলক সম্পূৰ্ণ নিঃশেষ কৰি পেলাব। এয়াই শেষ সময় দিহিং পাটকাইত কয়লা খনন বন্ধ কৰি অসমৰ প্ৰাকৃতিক সম্পদসমূহ সুৰক্ষিত কৰাৰ।’ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা(PGSU)ই এক বিবৃতিত এইদৰে কয়।

We urge @PrakashJavdekar @PMOIndia @sarbanandsonwal @himantabiswa to stop any current and future coal mining project in Saleki and the whole Dehing Patkai Elephant reserve as the resulting ecological disbalance will affect the country for a long time to come#SaveDehingPatkai pic.twitter.com/dmGCG4F5rl

— Nabankur Saikia (@NabankurSaikia) May 14, 2020

নিজৰ চ’ছিয়েল মিডিয়াৰ একাউন্টত  #SaveDehingPatkai প’ষ্ট কৰি একত্ৰিতভাৱে দিহিং পাটকাইৰ বনাঞ্চলক ৰক্ষা কৰিবলৈ PGSUএ আহ্বান জনাইছে একেটা বিবৃতিতে।

And indeed, this is the time to decide what is more important! @PrakashJavdekar , @ParimalSuklaba1@sarbanandsonwal , please#SaveDehingPatkai. #nbwl should rethink on their permit to @CoalIndiaHQ pic.twitter.com/BYnnJLoqVY

— Bishal Kalita (@BishalKalita9) May 13, 2020

ইফালে কটন বিশ্ববিদ্যালয়ৰ ‘কটনিয়ান জাগৰণ মঞ্চ’ই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মৰকপত্ৰ প্ৰেৰণেৰে দিহিং পাটকাই বনাঞ্চলত কয়লা খননৰ বিৰোধিতা কৰিছে।

Cottonian Jagran Mancha submitted a memorandum opposing coal mining at Dihing Patkai Sanctuary to the CM @sarbanandsonwal,@CMOfficeAssam today. We as the citizens of Assam and students of Cotton University refuse to accept the proposal. #stopcoalmine#savedehingpatkai pic.twitter.com/CEG014rtAu

— Hrishikesh Medhi (@HrishikeshMedh7) May 16, 2020

 

‘যি সময়ত পৰিৱেশ সচেতনতা বিষয়টো সমগ্ৰ বিশ্বত গুৰুত্বপূৰ্ণ বিষয়লৈ পৰিণত হৈছে এনে সময়ত অসমৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু সুন্দৰ অভয়াৰণ্যক ক্ষতি কৰিব পৰা কয়লা খননৰ দৰে কাৰ্যক আমি কটন ছাত্ৰ সমাজে বিৰোধিতা কৰিছো।’ স্মাৰক পত্ৰত এইদৰে উল্লেখ কৰিছে কটনিয়ান জাগৰণ মঞ্চে।

মুখ্যমন্ত্ৰীক এই কাৰ্যৰ পুনৰ বিবেচনাৰ বাবেও কটনৰ শিক্ষাৰ্থীসকলে অনুৰোধ জনাইছে।

দুয়োখন উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে ইতিমধ্যে  টুইটাৰ লগতে চ’ছিয়েল মিডিয়াৰ বিভিন্ন ক্ষেত্ৰত প্ৰচাৰ আৰম্ভ কৰিছে।

উল্লেখ্য যে, ৯৮.৫৯ হেক্টৰ্ছ ভূমিত কয়লা খননে গোটেই দিহিং পাটকাই বৰ্ষাৰণ্যকে ধ্বংস কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd