• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১১খন ৰাজ্যই মুকলি কৰিলে ৫০হাজাৰ কয়েদী; অসমত কিমান?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2020 9:09 am
Story-4-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না সংক্ৰমণৰ আশংকালৈ লক্ষ্য কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যসমূহে কাৰাগাৰসমূহত বন্দী হৈ থকা কয়েদীক মুকলি কৰি দিয়াৰ কাম আৰম্ভ কৰিছে।

এতিয়ালৈকে নখন ৰাজ্যই ৪০,০০০ কয়েদীক অস্থায়ীভাৱে জামিনত মুকলি কৰি দিছে।

Apply Now

কৰ’নাৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত ৭,২০০, মধ্য প্ৰদেশত ৬,৫০০ আৰু পঞ্জাৱত প্ৰায় ১০ হাজাৰ কাৰাবন্দীক জামিনত মুকলি কৰি দিয়া হৈছে।

দিল্লীৰ ৰোহিনী আৰু ৰাজস্থানৰ জয়পুৰ কাৰাগাৰত কৰ’না আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ পাছত ৰাজ্য চৰকাৰ সতৰ্ক হৈ পৰিছে।

মহাৰাষ্ট্ৰ চৰকাৰে জানিবলৈ দিয়া মতে এতিয়ালৈকে ৭,২০০তকৈয়ো অধিক কাৰাবন্দীক মুকলি কৰি দিছে আৰু শীঘ্ৰেই আৰু ১০হাজাৰ কয়েদীক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

চেন্ট্ৰেল মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত ১০০তকৈয়ো অধিক কয়েদী তথা কৰ্মচাৰী কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছে।

মধ্য প্ৰদেশত কৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে ৬,৫০০ কয়েদীক জামিনত মুকলি কৰি দিয়া হৈছে।

ইয়াৰে ৩,৯০০ জন কয়েদীক পেৰ’লত আৰু ২,৬০০জন কয়েদীত অন্তৱৰ্তী জামিনত মুকলি কৰি দিয়া হৈছে।

তামিলনাডুত ৬,০০০, উৰিষ্যাত ৭,২০০, পশ্চিমবংগত ৩,০০০,গুজৰাটত ২,৫০০, গোৱাত ৪৪জন আৰু ছত্তীশগড়ত ৩,৪১৮জন কয়েদীক কাৰাগাৰৰৰ পৰা মুকলি কৰি দিয়া হৈছে।

অসমত এতিয়ালৈকে বিভিন্ন কাৰাগাৰৰ পৰা মুঠ ৩,৫০০কয়েদীক মুকলি কৰি দিয়া হৈছে।

ইপিনে, বিহাৰ চৰকাৰে প্ৰায় ৪,৫০০ কয়েদীক খালী থকা কাৰাগাৰসমূহলৈ স্থানান্তৰ কৰিছে। ৰাজ্যখনত এতিয়ালৈকে এজনো কয়েদীক মুকলি কৰি দিয়া হোৱা নাই।

আনহাতে, জয়পুৰৰ কাৰাগাৰ বন্দী হৈ থকা বিচাৰাধীন এজন কয়েদীৰ দেহত কৰ’না পজিটিভ পোৱাৰ পাছত উচ্চতম ন্যায়ালয়ে চিকিৎসাৰ বাবে জামিন মঞ্জুৰ কৰে।

পঞ্জাৱৰ লুধিয়ানা কাৰাগাৰত বন্দী হৈ থকা এগৰাকী ৪৮বছৰীয়া মহিলাৰ কৰ’না পজিটিভ পোৱা গৈছে।

ইপিনে, জয়পুৰ কাৰাগাৰত ১৪০জন কৰ’না আক্ৰান্ত পোৱাৰ পাছত ৰাজ্য চৰকাৰে আন কাৰাগাৰ সমূহতো সোমবাৰৰ পৰা ৰেণ্ডম টেষ্টিঙৰ নিৰ্দেশ দিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd