অসমত ১০৬ গৰাকীলৈ বৃদ্ধি হৈছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।
কাছাৰত আৰু দুগৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছবিধ।
স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে এই কথা।
Alert ~ Two persons of Cachar district have tested #COVID19 positive.
↗️Total cases 106
↗️Recovered 41
↗️Active cases 60
↗️Deaths 3
↗️Migrated 2Update 6.35 pm / May 18#AssamCovidCount pic.twitter.com/M8OSC7DubX
— Himanta Biswa Sarma (@himantabiswa) May 18, 2020
আজিৰ দিনটোত যোৰহাটত এজন, নগাঁও জিলাত এজন আৰু গোলাঘাটত দুজন লোক আক্ৰান্ত হৈছিল এই মাৰাত্মক ৰোগত।
৬০ জন কৰনা আক্ৰান্ত চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷
এতিয়ালৈ তিনিগৰাকী মৃত্যু মুখত পৰিছে ৷