• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আম্ফান: কেনে প্ৰভাৱ পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চলত? : জনালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই

পশ্চিমবংগত বিধ্বংসী ৰূপ আম্ফানৰ; অসমৰ কোন কোন জিলাত কেনে প্ৰভাৱ পেলাব ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 21, 2020 12:35 pm
cyclone-fireservice

আম্ফানত উভলি পৰিছে গছ, ফ'টো সৌজন্য- ইন্টাৰনেট

9.1k
VIEWS
Share on FacebookShare on Twitter

সাগৰীয় ধুমুহা চাইক্ল’ন আম্ফানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে পশ্চিমবংগ, ওড়িশাত আৰু চুবুৰীয়া দেশ বাংলাদেশত।

১৭০ৰ পৰা ১৯০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত বলা ধুমুহা বৰষুণে ইতিমধ্যে পশ্চিমবংগৰ বিভিন্ন ঠাইৰ ২১ জন লোকৰ প্ৰাণ কাঢ়ি নিছে।

তেনে পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্য সমূহত কেনে প্ৰভাৱ পৰিব সেয়া জানিবলৈ সকলো ইচ্ছুক হৈ পৰিছে।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য অনুসৰি বতাহ ধুমুহাৰ এই গতিবেগ উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে হ্ৰাস পাব।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত এই ধুমুহা বৰষুণৰ গতিবেগ ৩০-৫০ কি:মিৰ ভিতৰত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনায়।

অসমত ইয়াৰ গতিবেগ সৰ্বাধিক ৪০-৫০ কিঃমিঃ হ’ব।

ধুবুৰী, দক্ষিণ শালমৰা, মানকাচাৰ আৰু গোৱালপাৰা জিলাত আম্ফানৰ বিশেষভাবে ইয়াৰ প্ৰভাৱ পৰিব। আজিৰ দিনটোত এই অঞ্চলসমূহত বতাহৰ লগতে মুষলধাৰ বৰষুণ হ’ব। এই অঞ্চলসমূহক অৰেঞ্জ জ’নত ৰাখিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ঠিক সেইদৰে উপৰোক্ত জিলা কেইখনৰ তুলনাত কিছু কম প্ৰভাৱ পৰিব কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, বাক্সা, চিৰাং, কামৰূপ, কামৰূপ(মেট্ৰ’) আৰু নলবাৰী জিলাত। এই জিলা সমূহতো ধাৰাসাৰ বৰষুণ হ’ব।

এই জিলা কেইখনক য়েল্ল’ জ’ন হিচাপে গণ্য কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

ইয়াৰোপৰি, দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, আৰু ডিমা হাছাওত বৰষুণৰ লগতে বিজুলী, ঢেৰেকণি আৰু বতাহ বুলিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। এই অঞ্চল সমূহত বৰষুণ ধুমুহাৰ গতিবেগ জিলা ভেদে ৩০-৪০ কিঃমিঃ আৰু ৪০-৫০ কিঃমিঃ হ’ব।

ইপিনে, কাইলৈৰ দিনটোত মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত ৩০-৪০ কিঃমিঃ বেগত বতাহ বৰষুণ অহাৰ লগতে বিজুলী, ঢেৰেকনিও অহাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, ক’ৰ’নাতংকৰ ওপৰত আম্ফানে পশ্চিমবংগত বিধ্বংসী তাণ্ডৱ চলাই প্ৰায় ১ লাখ কোটি টকাৰ সম্পদ ক্ষতিগ্ৰস্ত কৰিছে।

ইয়াৰোপৰি, পশ্চিবংগত প্ৰায় ৫ লাখ লোক গৃহহীন হোৱাৰ লগতে ওড়িশাত ১ লাখ লোক গৃহহীন হৈ এই প্ৰচণ্ড বতাহ ধুমুহাৰ সময়ত মুকলি আকাশৰ তলত অৱস্থান কৰিবলৈ বাধ্য হৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd