• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কন্টেইনমেন্ট জ’নত ৫ দিনে হাহাকাৰ! এগৰাকী মহিলাৰ ফেচবুক পোষ্টৰ পাছত তৎপৰ মহানগৰ জিলা প্ৰশাসন

ফেচবুকযোগে প্ৰশাসন আৰু শুভাকাংক্ষীক ধন্যবাদ ভুক্তভোগী মহিলাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 22, 2020 8:34 pm
Facebook post helps residents of Rukminigaon containment zone find solution to their problems

মিতালী গগৈ দত্তৰ ফেচবুক পোষ্ট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি গুৱাহাটীৰ ৰুক্মিনীগাঁও কন্টেনমেন্ট জ’নৰ মিতালী গগৈ দত্ত নামৰ এগৰাকী মহিলাই ফেচবুকত এটা পোষ্ট কৰিছিল। যাৰ জৰিয়তে তেওঁলোকৰ যোৱা ৫ দিনৰ অৱস্থাসমূহ দাঙি ধৰিছিল।

যোৱা ১৬ তাৰিখৰ পৰা ৰূক্মিনীগাঁও কন্টেইনমেন্ট জ’ন হৈ আছে। সেই অঞ্চলৰ ৰাইজে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিয়ম মানি ভিতৰতে সোমাই আছে। কিন্তু পাঁচ দিন ধৰি সেই মানুহখিনিৰ খবৰলোৱা নাছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

Apply Now

তেওঁলোকে কিবা অত্যাৱশ্যকীয় সামগ্ৰীৰ অসুবিধাত ভুগিছে নেকি, তাত থকা লোকসকলৰ কিবা পৰীক্ষা কৰোৱা হ’ব নেকি ইত্যাদি কোনো খবৰ লোৱা নাছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

ঠিক সেইদৰে গুৱাহাটী পৌৰ নিগমেও উক্ত অঞ্চলৰ পৰা পাঁচদিন ধৰি জাৱৰসমূহ নিয়াৰ ব্যৱস্থা কৰা নাছিল। তেওঁলোকৰ পেলনীয়া জাৱৰ-জোথৰ সমূহে দ’ম বান্ধিছিল।

ইপিনে কালিৰ দিনটোৰ বৰষুণত সেই স্থানত পানী জমা হৈছিল। যাৰ বাবে এই অঞ্চলৰ বাসিন্দাই বাহিৰলৈ ওলাই আহি পোষ্টাৰিং কৰি প্ৰশাসনক আহ্বান জনাবলগীয়া হৈছিল তথা ফেচবুকত পোষ্ট দিবলগীয়া হৈছিল।

তাৰ পাছত আজি ৬ নম্বৰ দিনত প্ৰশাসনৰ গা লৰিল। আজি পুৱাৰ ভাগত প্ৰশাসনৰ লোক কন্টেইমেন্ট জ’নত উপস্থিত হয় আৰু পদক্ষেপ গ্ৰহণ কৰে।

ইপিনে, কালি নিশাই দিচপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুক্মিনীগাওঁৰ কন্টেইনমেন্ট জ’নত উপস্থিত হৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগান  ধৰে।

আজি পুৱাৰ ভাগত অঞ্চলটোৰ লোকসকলক খাদ্য সামগ্ৰী, শাক-পাছলিৰ যোগান ধৰে প্ৰশাসনে তথা সমগ্ৰ কন্টেইনমেন্ট জ’নটো চেনিটাইজ কৰাৰ ব্যৱস্থা কৰে।

ইয়াৰোপৰি, আজি পুৱাৰ ভাগত আৰক্ষী বিষয়া, ৰাজহ চক্ৰ বিষয়া আৰু প্ৰশাসনৰ অন্য লোক উপস্থিত হৈ কন্টেইনমেন্ট জ’নত থকা আৱাসীসকলক কি কি নীতি-নিৰ্দেশনা মানি চলিব লাগিব সেয়া বহলাই বাখ্যা কৰে।

লগতে তেওঁ সকলোধৰণৰ জৰুৰীকালীন যোগাযোগ নম্বৰ যোগান ধৰে প্ৰশাসনে। যিকোনোধৰণৰ সমস্যাৰ সন্মুখীন হ’লে এই জৰুৰীকালীন নম্বৰত শীঘ্ৰে যোগাযোগ কৰিবলৈ অনুৰোধ কৰে।

ইপিনে, মিতালী গগৈ দত্তই যোৱা ৫ দিনে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি তেওঁৰ ফেচবুক পোষ্টটো শ্বেয়াৰ কৰি বা ফোনযোগে খবৰ লোৱা সকলোলৈকে তেওঁ ধন্যবাদ জনায়।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd