• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত ৪৯লৈ বৃদ্ধি দিনটোৰ ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ২৫৯

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 22, 2020 9:49 pm
2411 persons cured of COVID-19 in Assam

প্ৰতিনিধিত্বমূলক ফটো

2k
VIEWS
Share on FacebookShare on Twitter

আৰু তিনিগৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ফলত শুকুৰবাৰৰ দিনটোত এতিয়ালৈকে মুঠ ৪৯গৰাকী লোক ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। মুঠ আক্ৰান্ত ২৫৯লৈ বৃদ্ধি পাইছে।

এইবাৰ নগাওঁ, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ এগৰাকীকৈ ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

লোক তিনিজনৰ সম্পৰ্কে আন কোনো তথ্য দাঙি ধৰা নাই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

বৰ্তমান ১৯৮ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

?Alert ~ Three more #COVID19 + cases detected, one each from Nagaon, Sivasagar and Tinsukia.

↗️Total cases 259
↗️Recovered 54
↗️Active cases 198
↗️Deaths 04
↗️Migrated 03

Update 9.15 pm / May 22#AssamCovidCount pic.twitter.com/jBScpmgClH

— Himanta Biswa Sarma (@himantabiswa) May 22, 2020

কিছু সময় পূৰ্বে সৰুসজাই কুৱাৰেন্টাইন চেণ্টাৰত  কোভিড-১৯+ ত আক্ৰান্ত ২৬ গৰাকীকৈ ৰোগী পোৱা গৈছিল।

ৰাজ্যত বৰ্তমানলৈকে ২৫৯ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে।

সন্ধিয়া ভাগত শিলচৰ মেডিকেল কলেজ, কাছাৰ জিলা আৰু MMCH মিলাই ৮ গৰাকী লোক পজিটিভ পোৱা গৈছিল।

তাৰ কিছু সময় পূৰ্বে তেজপুৰ কুৱাৰেন্টাইন চেণ্টাৰত  ছয়গৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

দিনৰ ভাগত শিলচৰ কুৱাৰেন্টাইন চেণ্টাৰত  দুগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। লোকদুজন ক্ৰমে কাছাৰ আৰু হাইলাকান্দিৰ ।

তাৰ ঠিক কিছু সময় পূৰ্বে শিৱসাগৰ জিলাত দুগৰাকী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ কুৱাৰেন্টাইন চেণ্টাৰত ধৰা পৰিছিল  দুটা কেচ। তাত আক্ৰান্ত কেইগৰাকীৰ এগৰাকী ঢকুৱাখনা আৰু এগৰাকী ওদালগুৰিৰ।

কালিৰ দিনটোতে ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

কালি নিশা তেজপুৰ বিশ্ববিদ্যালয়ৰ কুৱাৰেন্টাইন চেণ্টাৰৰ সাতগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। আক্ৰান্ত সকলৰ ৫ গৰাকী শোণিতপুৰ জিলাৰ আৰু দুগৰাকী লখিমপুৰ জিলাৰ।

ৰাজ্যত চাৰি দিনৰ ভিতৰত শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

পৰহি দিনটোত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৯৮ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Tags: COVID-19

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd