• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাৰ ভেকচিন: এইবাৰ থাইলেণ্ডে জগাইছে আশা, এন্দুৰৰ ওপৰত চলোবা পৰীক্ষাত সফলতা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2020 12:02 pm
IMG-20200519-WA0048-4-655x375

প্ৰতিনিধিত্বমূলক ফটো

4.2k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ সংহাৰৰ মাজতে বিশ্বৰ বিভিন্ন দেশে ইয়াৰ ভেকচিনৰ সন্ধানত ব্যস্ত হৈ পৰিছে। ইয়াৰ মাজতে এইবাৰ থাইলেণ্ডে ভেকচিনৰ ক্ষেত্ৰত কিছু আশা জগাই তুলিছে।

থাইলেণ্ডে ভেকচিনৰ পৰীক্ষাৰ দ্বিতীয় পৰ্যায়লৈ আগবাঢ়িছে।

বাতৰি অনুসৰি, থাইলেণ্ডৰ এই গৱেষণাই প্ৰাথমিক সফলতা লাভ কৰিছে আৰু এন্দুৰৰ ওপৰত চলোৱা পৰীক্ষাত যোগাত্মক প্ৰভাৱ দেখা গৈছে।

এতিয়া শনিবাৰৰ পৰা বান্দৰৰ ওপৰত এই ভেকচিনৰ পৰীক্ষা চলোৱাৰ কাম আৰম্ভ কৰা হৈছে।

থাইলেণ্ডে দাবী কৰা মতে অহা ছয়-সাত মাহৰ ভিতৰত কৰ’নাৰ ভেকচিন প্ৰস্তুত হৈ উঠিব পাৰে।

অহা ছেপ্টেম্বৰলৈকে গৱেষনাৰ ফলাফল লাভ কৰাৰ আশা ব্যক্ত কৰা হৈছে।

থাইলেণ্ড চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰিছে যে ভেকচিনৰ এন্দুৰৰ ওপৰত চলোৱা পৰীক্ষাত ইতিবাচক ফলাফল লাভ কৰিছে।

অহা সপ্তাহত এই ভেকচিন বান্দৰৰ ওপৰত পৰীক্ষা কৰি চোৱা হ’ব। সেইদৰে অহা বছৰ মানব দেহত এই ভেকচিন ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ কথাও তেওঁ ব্যক্ত কৰে।

থাইলেণ্ডৰ এই ভেকচিন প্ৰস্তুত কৰাৰ বাবে থাইলেণ্ডৰ ৰাষ্ট্ৰীয় ভেকচিন প্ৰতিষ্ঠান, চিকিৎসা বিজ্ঞান বিভাগ আৰু চুললোংকোৰ্ণ বিশ্ববিদ্যালয়ৰ ভেকচিন অনুসন্ধান কেন্দ্ৰই সন্মিলিতভাৱে প্ৰয়াস চলাইছে।

বিশ্বৰ প্ৰায় ১০০খন দেশে কৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ কামত প্ৰচেষ্টা চলাই আছে।

এইক্ষেত্ৰত শেহতীয়াকৈ বহুখিনি সফলতা লাভ কৰাৰ কথা যোৱা শুকুৰবাৰে সদৰী কৰিছিল অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটিয়ে।

Tags: COVID-19

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd