• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সনাতন ডেকাৰ হত্যাত প্ৰতিক্ৰিয়া আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2020 11:19 pm
Assam: Vegetable vendor beaten to death in road rage in Hajo

সনাতন ডেকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাজোৰ সনাতন ডেকাক ৫ যুৱকে প্ৰহাৰ কৰি হত্যা কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই।

ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দত্তই কয় “মাননীয় মুখ্য মন্ত্ৰী মহোদয় আপোনালোক শাসনৰ গাদীত থকাৰ পিছটো কিয় এইদৰে এজন খিলঞ্জীয়াই সাহসেৰে ব্যৱসায় কৰিব নোৱাৰে৷”

“ক’ৰবাত ব্যৱসায় নকৰিবলৈ ধমকি দিব ক’ৰবাত হত্যা কৰিব, কিয় ইমান সাহস পাইছে?” নিজৰ পোষ্টটোত এইদৰে প্ৰতিক্ৰিয়া কৰে আলোচনাপন্থী আলফা নেতাগৰাকীয়ে।

Pro-talk ULFA leader Jiten Dutta reacts over vegetable vendor Sanatan Deka's murder

তেওঁ লগতে কয়, “আমি এইদৰে বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰাসকলক ব্যৱসায় বাণিজ্য কৰিবলৈ বাধা আৰোপ কৰিলে কিন্তু পৰিস্থিতি বেয়া হৈ যাব৷ অসমৰ যিকোনো স্থানত খিলঞ্জীয়াই নিৰাপদে ব্যৱসায় কৰিব পৰা এটা পৰিবেশ আমাক লাগে৷”

“আপোনালোকে যদি সেই পৰিবেশ দিব নোৱাৰে তেন্তে আমিয়ে অসম আৰু অসমীয়াক ভাল পোৱা যুৱ শক্তিক ঐক্যবদ্ধ কৰি সেই পৰিৱেশ সৃষ্টি কৰিম ৷ সনাতন ডেকাৰ দৰে তিল তিল কৈ মৰিব নিদিও৷” এইদৰে কয় দত্তই।

ফইজুলৰ লগত সহযোগ কৰা প্ৰতিজনৰ কঠোৰ শাস্তি দাবী জনায় দত্তই কয় “এনে অপৰাধীক সুস্থ শৰীৰে জেললৈ নপঠাব৷ আৰক্ষীলৈ অনুৰোধ৷”

Pro-talk ULFA leader Jiten Dutta reacts over vegetable vendor Sanatan Deka's murder

অন্য এটা ফেচবুক পোষ্টত তেওঁ কয় “অৰ্থনৈতিক সংগ্ৰামখন আগবঢ়াই নিয়াৰ স্বাৰ্থত আৰু এই বজাৰ দখল প্ৰক্ৰিয়াটোত আহিব পৰা প্ৰতিবন্ধকতা আঁতৰ কৰাৰ লগতে খিলঞ্জীয়া অসমীয়াসকলক সুৰক্ষা দিব পৰাকৈ আৰু এই ফইজুলহঁতৰ নিচিনাবোৰক নাকী লগাবলৈ অতি সোনকালে এটা গোড়া জাতীয় শক্তিৰ জন্ম দি আছো৷ বন্ধ খোলালৈ অপেক্ষা কৰিছো৷ যি কোনো প্ৰকাৰে অসমীয়াৰ বজাৰ দখল প্ৰক্ৰিয়া অব্যাহত থাকিব৷ সনাতন ডেকাৰ পৰিয়ালক চৰকাৰে উপযুক্ত সস্থাপন দিবলৈ সকলোৱে দাবী জনাওক৷ গুৱাহাটীৰ সকলো সাহসী অসমীয়া যুৱক সকলে সনাতন ডেকাৰ ঘৰলৈ গৈ পৰিয়ালক সাহস দিয়ক৷”

উল্লেখযোগ্য যে অভিযুক্ত ফইজুল আলি, নজদিন আলি, ছবিৰ আলি, ইউচুফ আলি আৰু ফিৰজাহান অলি বৰ্তমানো পলাতক অৱস্থাত আছে।

হাজোৰ মনাকুচিত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd