• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৱা শুই উঠিয়েই নাক বন্ধ, ডিঙিৰ বিষত ভুগিছে নেকি? ঋতু পৰিৱৰ্তনৰ সময়ত খাদ্যাভ্যাসত আনক এইকেইটা সৰু পৰিৱৰ্তন

ঋতু পৰিৱৰ্তনৰ সময়ত হোৱা সাধাৰণ স্বাস্থ্যজনিত সমস্যা যেনে নাক বন্ধ হোৱা, ডিঙিৰ বিষ আৰু কাহৰ পৰা উপশম পাবলৈ ঔষধৰ সমান্তৰালভাৱে খাদ্যাভ্যাসতো কিছু পৰিৱৰ্তন অনাটো অতি প্ৰয়োজনীয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2026 7:32 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঋতু পৰিৱৰ্তনৰ সময়ত তাপমাত্ৰাৰ তাৰতম্য, বতাহৰ আৰ্দ্ৰতাৰ পৰিৱৰ্তন আৰু বায়ুপ্ৰদূষণৰ ফলত বহু লোকে উশাহ-নিশাহত কষ্ট পোৱা পৰিলক্ষিত হয়। বিশেষকৈ পুৱা শুই উঠাৰ পাছত নাক বন্ধ হোৱা, ডিঙিত অস্বস্তি  আৰু শুকান কাহৰ দৰে সমস্যাই দেখা দিয়ে। নাক আৰু ডিঙিৰ ভিতৰৰ আৰ্দ্ৰ আৱৰণ শুকাই গ’লে এই অস্বস্তি অধিক বৃদ্ধি পায়। এনে সময়ত কেৱল ঔষধৰ ওপৰত নিৰ্ভৰ নকৰি দৈনন্দিন খাদ্যাভ্যাসত কিছু পৰিৱৰ্তন অনাটো অতি জৰুৰী।

 

Apply Now

সুষম আহাৰ আৰু পৰ্যাপ্ত পানীয়ে শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত কেনেদৰে সহায় কৰে, তাৰ কেইটামান সহজ টিপছ তলত উল্লেখ কৰা হ’ল:

 

১. গৰম আৰু জুলীয়া খাদ্যত গুৰুত্ব দিয়ক:

এই সময়ছোৱাত নাক বন্ধ বা ডিঙিৰ অস্বস্তি থাকিলে গৰম খাদ্য গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী। চুপ, খিচিৰি, কোমলকৈ ৰন্ধা পাচলি বা অটছৰ দৰে খাদ্যই শৰীৰক আৰাম প্ৰদান কৰে। ইয়াৰ লগতে তুলসী, আদা আৰু জালুক দি বনোৱা গৰম চাহ সেৱন কৰিব পাৰি। অৱশ্যে, অতিমাত্ৰা গৰম খাদ্য বা পানীয় গ্ৰহণৰ পৰা বিৰত থকা উচিত, কিয়নো ই মুখ আৰু ডিঙিৰ ভিতৰৰ আৱৰণত জ্বলা-পোৰা সৃষ্টি কৰিব পাৰে।

 

২. ভজা-পোৰা আৰু চেঁচা খাদ্য পৰিহাৰ কৰক:

ফ্ৰীজৰ পৰা উলিওৱা চেঁচা খাদ্য পোনপটীয়াকৈ খোৱাৰ পৰিৱৰ্তে সদায় গৰম কৰি খোৱাটো প্ৰয়োজনীয়। ডিঙিৰ অস্বস্তি থাকিলে চেঁচা পানী বা আইচক্ৰীম খোৱাৰ পৰা বিৰত থাকিব লাগে, অন্যথা ডিঙিৰ পেশী সংকুচিত হৈ সমস্যা বৃদ্ধি পাব পাৰে। আনহাতে, ছাঁকা তেলত ভজা, প্ৰক্ৰিয়াজাত বা অতিৰিক্ত মিঠাইজাতীয় খাদ্যই শৰীৰত শ্লেষ্মা বা কফ সৃষ্টি কৰাৰ লগতে বিপাকীয় স্বাস্থ্যৰ ক্ষতি কৰে।

 

৩. শৰীৰত পানীৰ ঘাটি পূৰণ কৰক:

শৰীৰত পানীৰ অভাৱ দূৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে জুলীয়া পদাৰ্থ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। গৰম চাহ, চুপ বা নেমুৰ ৰস মিহলোৱা ঈষদুষ্ণ পানী খালে ডিঙিয়ে আৰাম পোৱাৰ লগতে ঋতু পৰিৱৰ্তনৰ সময়ত শৰীৰ সতেজ হৈ থাকে।

 

৪. ৰোগ প্ৰতিৰোধক মছলা আৰু ফল-মূল:

দৈনন্দিন খাদ্যত প্ৰদাহনাশক (Anti-inflammatory) গুণ থকা মছলা, যেনে- কাৰকিউমিন সমৃদ্ধ হালধি, এণ্টি-মাইক্ৰ’বিয়েল গুণযুক্ত নহৰু, আদা আৰু মৌ ব্যৱহাৰ কৰিলে ডিঙিৰ অস্বস্তি আৰু কাহৰ পৰা দ্ৰুত উপশম পাব পাৰি। ইয়াৰ উপৰি আমলখি, কমলা আৰু মধুৰীআমৰ দৰে ভিটামিন চি যুক্ত ফল-মূলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি দুৰ্বলতা দূৰ কৰে।

 

৫. পাচনতন্ত্ৰৰ বাবে প্ৰ’বায়টিক (Probiotics):

পাচনতন্ত্ৰ সুস্থ ৰাখিবলৈ খাদ্যাভ্যাসত প্ৰ’বায়টিক যুক্ত খাদ্য অন্তৰ্ভুক্ত কৰাটো সমানেই প্ৰয়োজনীয়। টেঙা দৈ প্ৰস্তুত কৰণ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা খাদ্যই অন্ত্ৰৰ (Gut) স্বাস্থ্য ভালে ৰখাত সহায় কৰে। সঘনাই পেটৰ অসুখত ভুগি থকা লোকসকলৰ বাবে এনে খাদ্য অতি উপকাৰী।

 

ঋতু পৰিৱৰ্তনৰ সময়ত এইসমূহ সাধাৰণ নিয়ম মানি চলিলে শাৰীৰিক সুস্থতা আৰু সৱলতা অটুট ৰখাত সহায়ক হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিচেম্বৰতে দেশলৈ উভতিব শ্বেখ হাছিনা; ঘোষণা কৰিলে তাৰিখ, উত্তেজনা বাংলাদেশত

ডিচেম্বৰতে দেশলৈ উভতিব শ্বেখ হাছিনা; ঘোষণা কৰিলে তাৰিখ, উত্তেজনা বাংলাদেশত

November 24, 2026 10:18 am
“ইস্ত্ৰি কৰা কাপোৰ পিন্ধি চৰকাৰৰ লগত হিচাপ-নিকাচ”- আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যক তীব্ৰ কটাক্ষ গোবিন্দ চন্দ্ৰ ৰাভাৰ

“ইস্ত্ৰি কৰা কাপোৰ পিন্ধি চৰকাৰৰ লগত হিচাপ-নিকাচ”- আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যক তীব্ৰ কটাক্ষ গোবিন্দ চন্দ্ৰ ৰাভাৰ

November 24, 2026 9:46 am
ইডিয়ে সংলগ্ন কৰিলে প্ৰাক্তন চক্ৰ বিষয়া নুপুৰ বৰাৰ সৈতে জড়িত ৭০.০৯ লাখ টকাৰ সম্পত্তি

ইডিয়ে সংলগ্ন কৰিলে প্ৰাক্তন চক্ৰ বিষয়া নুপুৰ বৰাৰ সৈতে জড়িত ৭০.০৯ লাখ টকাৰ সম্পত্তি

November 24, 2026 9:18 am
সৰুসজাইৰ কোটিটকীয়া পেণ্ডেলৰ পৰা খিলঞ্জীয়াৰ কথা কোৱাৰ পৰিৱৰ্তে আছু নেতৃত্বই ৰাভা হাছং অথবা কাৰ্বি আংলংলৈ আহক

সৰুসজাইৰ কোটিটকীয়া পেণ্ডেলৰ পৰা খিলঞ্জীয়াৰ কথা কোৱাৰ পৰিৱৰ্তে আছু নেতৃত্বই ৰাভা হাছং অথবা কাৰ্বি আংলংলৈ আহক

November 24, 2026 9:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিচেম্বৰতে দেশলৈ উভতিব শ্বেখ হাছিনা; ঘোষণা কৰিলে তাৰিখ, উত্তেজনা বাংলাদেশত

ডিচেম্বৰতে দেশলৈ উভতিব শ্বেখ হাছিনা; ঘোষণা কৰিলে তাৰিখ, উত্তেজনা বাংলাদেশত

November 24, 2026 10:18 am
“ইস্ত্ৰি কৰা কাপোৰ পিন্ধি চৰকাৰৰ লগত হিচাপ-নিকাচ”- আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যক তীব্ৰ কটাক্ষ গোবিন্দ চন্দ্ৰ ৰাভাৰ

“ইস্ত্ৰি কৰা কাপোৰ পিন্ধি চৰকাৰৰ লগত হিচাপ-নিকাচ”- আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যক তীব্ৰ কটাক্ষ গোবিন্দ চন্দ্ৰ ৰাভাৰ

November 24, 2026 9:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd