• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছচিয়েল মিডিয়াত মন্ত্ৰী প্ৰমিলাৰ বিৰুদ্ধে সক্ৰিয় দুষ্ট চক্ৰ; আৰক্ষীক গোচৰ বিপিএফৰ মহিলা কোষৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 25, 2020 7:36 am
Pramila-Rani-Brahma-750x375

মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিএডিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্ত্তনৰ সময়ছোৱাতে স্থগিত বিটিএডিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বড়োভূমিত বিপিএফ আৰু ইউপিপিএল দলৰ মাজত চলিছে এক অঘোঁষিত শীতল যুঁজ ৷

আনকি উভয় দলৰ মাজত ছচিয়েল মিডিয়াত চলা আকৰ্ষণীয় যুজঁখনৰ মাজতে শেহতীয়াকৈ ফেচবুক পেজত অচিনাক্ত লোকে বিপিএফৰ জ্যেষ্ঠ নেত্ৰী তথা সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক দলৰ মজিয়াত ভাৱমূৰ্তি হেয় প্ৰতিপন্ন কৰিবলৈ  প্ৰয়াস চলাইছে ৷

Apply Now

অশুভ শক্তিটোৱে ফেচবুকৰ ভুৱা প্ৰফাইলত বিপিএফৰ উপ সভানেত্ৰী তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ইউপিপিএলৰ সমৰ্থক বুলি ৰাইজক ট্ৰেক্টৰৰ প্ৰতীকত ভোট দিবলৈ বড়ো ভাষাৰে দিয়া আহ্বানে জোঁকাৰি বিপিএফ দলত জোকাৰণি তুলিছে ৷

এইক্ষেত্ৰত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষই তেওঁৰ বিৰুদ্ধে ছচিয়েল মিডিয়া যোগে দুষ্ট চক্ৰই অপপ্ৰচাৰ চলোৱা বুলি দেওবাৰে সংবাদমেলযোগে সদৰী কৰি বিষয়টো আৰক্ষীয়ে তদন্ত কৰিলে ওলাই পৰিৱ বুলি ব্যক্ত কৰে।

তেওঁ বিষয়টোক এক সাংঘাতিক অপৰাধ বুলি আঙুলিয়াই দি কয়,‘’মই এজন বিপিএফৰ সক্ৰিয় কৰ্মী ৷গতিকে ইউপিপিএলৰ কোনো দুষ্ট প্ৰবৃত্তিৰ লোকে মোক বিপিএফ দলৰ মজিয়াত ভাৱ মূৰ্তি বিনিষ্ট কৰিবলৈ ষড়যন্ত্ৰ কৰিছে।‘’

IMG-20200524-WA0029
বিপিএফৰ মহিলা কোষে আৰক্ষীক দিয়া এজাহাৰ।

যি ব্যক্তিয়ে এনে কাৰ্য সংঘটিত কৰিছে তেওঁলোকক আৰক্ষী প্ৰশাসনে চিনাক্ত কৰি শাস্তি বিহাৰ দাৱী তোলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

তেওঁ লগতে কোভিড-১৯ সন্দৰ্ভত সজাগ আৰু সামাজিক ব্যৱৰ্ধানৰ পৰামৰ্শ দি অসম বংগ সীমান্তবৰ্তী শ্ৰীৰামপুৰেদি আহি থকা প্ৰবাসী আসম বাসীক স্বাস্থ্য পৰীক্ষা কৰোৱাই কোৱাৰেন্টাইন কৰাৰ উপৰি মাৰাত্বক কৰ’না ভাইৰাছকলৈ নিয়োজিত সকলো কৰ্মী বিষয়াসকলক ভালদৰে কাম কৰাৰো আহ্বান জনায়।

ইপিনে, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে ফেচবুকৰ ভুৱা একাউন্ট খুলি চলোৱা অসাধু চক্ৰৰ বিৰুদ্ধে বিপিএফৰ মহিলা কোষৰ সভানেত্ৰী আৰু সম্পাদক ক্ৰমে জয়মতী বসুমতাৰী আৰু ৰমা দেৱী ছেত্ৰীয়ে আৰক্ষীক গোচৰ দিয়ে।

তেওঁলোকে কোকৰাঝাৰ সদৰ থানাত তদন্তৰ জৰিয়তে দোষীক কৰায়ত্তৰ দাৱীত ভাৰতীয় দণ্ডবিধি আইনৰ ৬৬/৬৭ আই টি এক্ট ২০০০ মৰ্মে ৫০০/৫০১ ধাৰাত এখন এজাহাৰ দাখিল কৰিছে ৷

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd