• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুনকৈ ৯জনৰ দেহত কোভিড-১৯ পজিটিভ; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৫৪৮জনলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2020 6:47 am
কৰনা

প্ৰতিনিধিত্বমূলক ফটো

4.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ৫৪৮ লৈ বৃদ্ধি পাইছে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

সোমবাৰে নিশা পুনৰ ৯জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

উক্ত আক্ৰান্ত লোকসকলৰ আটাইকেইগৰাকীয়েই বৰপেটাৰ।

কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰাৰ পূৰ্বে লোককেইজনৰ স্বাৱ পৰীক্ষাৰ বাবে গ্ৰহণ কৰা হৈছে।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

📌Alert ~ Nine new cases of #COVID19+ reported. Swabs for testing taken before people sent for quarantine.

All from Barpeta.

↗️Total cases 548
↗️Recovered 62
↗️Active cases 479
↗️Deaths 04
↗️Migrated 03

Update 11:00 pm / May 25#AssamCovidCount pic.twitter.com/NWcLg6maTM

— Himanta Biswa Sarma (@himantabiswa) May 25, 2020

ৰাজ্যখনত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৪৭৯জন। ৬২জনক ইতিমধ্যে সুস্থ হোৱাৰ পাছত যাবলৈ দিয়া হৈছে।

এতিয়ালৈকে চাৰিজন লোকৰ এই মাৰাত্মক ভাইৰাছৰ ফলত মৃত্যু হৈছে।

সোমবাৰৰ দিনটোত ৰাজ্যত মুঠ ১৫৬ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত।

আনহাতে দেওবাৰে ৩২ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মেৰ দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত কৰ’নাৰ উপস্থিতি পোৱা গৈছিল।

সেইদৰে, ২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত পাঁচদিনৰ ভিতৰত তিনি শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৪৭৩ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Tags: COVID-19

Recent News

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd