• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩১ মে’ৰ পাছত মন্দিৰ, মছজিদ আৰু গীৰ্জা খোলাৰ অনুমতি দিলে এইখন চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2020 1:18 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

11.2k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩১ মে’লৈক বৃদ্ধি কৰিছিল লকডাউনৰ ম্যাদ। বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চতুৰ্থ পৰ্যায়ৰ লকডাউনত বহু পৰিমাণে শিথিলতা আনিছিল যদিও আধ্যাত্মিক স্থান সমূহ খোলাত সম্পূৰ্ণ নিষেধাজ্ঞা আছিল।

৩১ মে’ৰ পাছত কেন্দ্ৰীয় চৰকাৰে দেশৰ আধ্যাত্মিক স্থান সমূহ খোলাৰ নিৰ্দেশ দিয়ে নে নিদিয়ে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও এই সন্দৰ্ভত কৰ্ণাটক চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বি এছ য়েদিৰুপ্পা চৰকাৰে ৩১ মে’ৰ পিছত ৰাজ্যখনৰ সকলো মন্দিৰ, মছজিদ আৰু গীৰ্জা ঘৰ খোলাৰ সিদ্ধান্ত লৈছে।

ৰাজ্যখনৰ মঠ-মন্দিৰ সমূহ ১ জুনৰ পৰা খুলি দিয়া হ’ব বুলি মঙলবাৰেই ঘোষণা কৰিছিল মন্ত্ৰী শ্ৰীনিবাস পুজাৰীয়ে। এই মন্তব্যৰ পিছতে আজি ৰাজ্যখনৰ মুখ্য মন্ত্ৰীয়ে মন্দিৰৰ লগতে মছজিদ আৰু গীৰ্জা সমূহো খোলা হ’ব বুলি ঘোষণা কৰে।

উল্লেখ্য যে ২৫ মে’ৰ পৰা দেশজুৰি ৰেইল, বিমান তথা অন্যান্য যান-বাহনৰ চলাচল আ্‌ৰম্ভ হৈছে। তদুপৰি অতি শীঘ্ৰে হোটেল আদিৰ সেৱাও আৰম্ভ হ’ব। সেয়ে বিভিন্ন লোকে মন্দিৰ খোলাৰ দাবী জনাইছিল।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে মন্দিৰ কেৱল দৈনিক পূজা-সংস্কাৰৰ বাবেহে খোলা হ’ব, ভিতৰত অন্যান্য কাৰ্যসূচীৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই।

Recent News

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd