• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনেতা চনু চুডৰ সহায়ত ঘৰলৈ উভতিল গৰ্ভৱতী মহিলা; কৃতজ্ঞতা ব্যক্ত কৰি জন্মলাভ কৰা সন্তানৰ নাম ৰাখিলে চনু চুড

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 4:50 pm
Sonu-Sood

অভিনেতা চনু চুদ

3.2k
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ল’কডাউন চলি আছে আৰু এই কঠিন সময়ত বলিউদৰ অভিনেতা চনু চুডে প্ৰব্ৰজিত শ্ৰমিক সকলক নিজৰ ঘৰলৈ উভতি যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে।

বিগত দুটা সপ্তাহ ধৰি অভিনেতা গৰাকীয়ে মুম্বাইৰ পৰা প্ৰব্ৰজিত শ্ৰমিক সকলক বাছৰে ঘৰলৈ উভতি যোৱাৰ ক্ষেত্ৰত সহায় কৰি আছে।

অভিনেতা গৰাকীয়ে যিসকল প্ৰবাসী শ্ৰমিকক ঘৰলৈ যোৱাৰ বাবে সহায় কৰি আছে তাৰে ভিতৰত এগৰাকী মহিলা শ্ৰমিকে এটা ল’ৰা সন্তান প্ৰসৱ কৰে।

প্ৰব্ৰজিত শ্ৰমিক মহিলা গৰাকীয়ে কৃতজ্ঞতাৰ চিন স্বৰূপে জন্ম দিয়া সন্তানটোৰ নাম চনু ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই কথা অভিনেতা গৰাকীৰ কাণত পৰাত তেওঁৰ অন্তৰ চুই যায়।

চনু চুডে বাছেৰে ১২ মে’ত মুম্বাইৰ পৰা দাৰভংগালৈ এটা প্ৰব্ৰজিত শ্ৰমিকৰ দলক পঠিওৱাৰ ব্যৱস্থা কৰিছিল আৰু সেইখন বাছত যাত্ৰা কৰা এগৰাকী মহিলা গৰ্ভৱতী আছিল।

নিজ ঘৰত উপস্থিত হোৱাৰ পাছতে মহিলা গৰাকীয়ে এটা লৰা সন্তান জন্ম দিয়ে।

মহিলা গৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা চনু চুডক এই বিষয়ে জনোৱাৰ পাছত তেওঁ উৎফুল্লিত হৈ পৰে।

উল্লেখযোগ্য যে, শেহতীয়াভাৱে প্ৰব্ৰজিত শ্ৰমিক সকলক সহায়ৰ বাবে অভিনেতা গৰাকীয়ে দুটা টল ফ্ৰী হেল্পলাইন নম্বৰো মুকলি কৰিছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd