• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চলিত বছৰৰ টি-২০ বিশ্বকাপৰ আশা ক্ষীণ; ১০ জুনত হ’ব চূড়ান্ত সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2020 9:49 am
Indin cricket team

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি) ব’ৰ্ডৰ অধ্যক্ষ শশাংক মনোহৰৰ নেতৃত্বত বৃহস্পতিবাৰে টেলিকনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।

চলিত বছৰৰ শেষৰফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগীয়া টি-২০ ক্ৰিকেট বিশ্বকাপ সন্দৰ্ভত অহা ১০ জুনত সিদ্ধান্ত ল’ব।

Apply Now

উল্লেখ্য যে ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকৰ লগতে বিভিন্ন পক্ষই চলিত বছৰৰ টি-২০ বিশ্বকাপ পিছুৱাবলৈ মন মেলিছিল।

কালিৰ বৈঠক সন্দৰ্ভত আই চি চিৰ এজন বিষয়ববীয়াই কয় যে ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগীয়া টি-২০ বিশ্বকাপ প্ৰসংগত অহা ১০ জুনত ব’ৰ্ডৰ বৈঠকত সিদ্ধান্ত লোৱা হ’ব।

উল্লেখ্য যে ইয়াৰ পিছৰ টি-২০ বিশ্বকাপ অৰ্থাৎ ২০২১ৰ বিশ্বকাপ ভাৰতত অনুষ্ঠিত হ’ব। ইফালে যদি চলিত বছৰৰ বিশ্বকাপখন অনুষ্ঠিত নহয় তেন্তে ইয়াক ২০২২ চনলৈকে স্থগিত কৰাৰ সম্ভাৱনা আছে।

ক’ভিড-১৯ৰ কাৰণে ক্ৰীড়া ক্ষেত্ৰখন সাংঘাটিকভাৱে স্থবিৰ হৈ পৰিছে। মহামাৰী ক’ৰ’নাৰ বাবে অলিম্পিক, ফুটবল য়ুৰো কাপৰ লগতে ডাঙৰ ডাঙৰ স্প’ৰ্টছ টুৰ্ণামেণ্ট সমূহ ইতিমধ্যে বাতিল কৰিব লগীয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ

শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ

June 24, 2026 8:11 pm
বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

June 24, 2026 7:51 pm
আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

June 24, 2026 7:21 pm
ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

June 24, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ

শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ

June 24, 2026 8:11 pm
বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

June 24, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd