• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঁচ হাজাৰ সাঁচি গছ আৰু মাটিকঁঠালৰ গৰাকী শিৱসাগৰৰ এইখন গাঁও পঞ্চায়ত

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 30, 2020 7:06 pm
836
VIEWS
Share on FacebookShare on Twitter

সততে বাতৰিত প্ৰচাৰিত হয় পঞ্চায়তৰ দূৰ্নীতিৰ কথা। কিন্তু শিৱসাগৰৰ আমগুৰিৰ এখন পঞ্চায়তে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে বিভিন্নজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

আন বহু পঞ্চায়তৰ বাবে আদৰ্শ হ’ব পাৰে এইখন পঞ্চায়ত। শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ দিকচু গাঁও পঞ্চায়ত ৫ হাজাৰ সাঁচি গছ আৰু ৫ হাজাৰ মাটিকঁঠালেৰে সমৃদ্ধ এখন ব্যতিক্ৰমী পঞ্চায়ত।

অহা দহ বছৰত এই গাঁও পঞ্চায়তখন কেইবা লক্ষাধিক টকাৰ গৰাকী হৈ পৰিব বুলি আশা কৰিব পাৰি। কাৰণ আগৰ থকা একোজোপা সাঁচি গছৰ মূল্য লাখ টকা পৰ্যন্ত হ’ব পাৰে।

একে সময়তে পঞ্চায়তখনে বিগত বছৰটোত পাঁচ বিঘা মাটিত পাঁচ হাজাৰ মাটিকঁঠালৰ পুলি ৰোপন কৰিছে। ইতিমধ্যে পুৰঠ হৈ উঠিছে মাটিকঁঠালসমূহ। এটা মাহৰ পিছত মাটি কঠাল বিক্ৰী কৰি লাখৰ ওচৰা-ওচৰি ধন লাভ কৰাৰ লগতে সাঁচি পুলি বিক্ৰী কৰিও লাভ কৰিব দুই লক্ষাধিক টকা।

উল্লেখযোগ্য যে, বিগত বৰ্ষতো পঞ্চায়তখনে সূৰ্যমুখী ফুলৰ খেতি কৰি লাভ কৰিছিল যথেষ্ট পৰিমাণৰ ধন। লাভ কৰা ধনৰাশিৰে পঞ্চায়ত এলেকাৰ দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলক সহায় কৰা হৈছিল।

দিকচু গাঁও পঞ্চায়তৰ সভাপতি সঞ্জীৱ বৰা, অৰূপ সন্দিকৈ, মিলন খনিকৰৰ লগতে জব কাৰ্ডৰ হিতাধিকাৰী সকলৰ এনে কাৰ্যক এতিয়া সকলোৱে একেমুখে শলাগিছে।

Recent News

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd