• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰমহা নাপাই প্ৰধানমন্ত্ৰীলৈ পাব্লিক হেল্থ এচ’ছিয়েশ্যনৰ স্মাৰক পত্ৰ : বুধবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ ধৰ্মঘট

পঙ্কজকুমাৰ দেৱ by পঙ্কজকুমাৰ দেৱ
May 30, 2020 7:51 pm
IMG_20200530_181702
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি অব্যাহত থকা কোভিড-১৯ পৰিস্থিতি তথা ল’কডাউনক উপেক্ষা কৰি দৰমহাহীনতাৰ মাজতেই পার্বত্য জিলাৰ পাঁচ শতাধিক জনস্বাস্থ্য কাৰিকৰী কর্মী নিজ দায়িত্ব পালন কৰি জিলাবাসীক খোৱা পানী যোগান ধৰি আহিছে।

কিন্তু তথাপি পার্বত্য স্বায়ত্ত শাসিত পৰিষদ তথা ৰাজ্য চৰকাৰে কর্মচাৰী সকলৰ দৰমহাৰ প্ৰদানৰ ক্ষেত্ৰত  কোনো ব্যবস্থা লোৱা নাই।

Apply Now

সেয়ে অহা বুধবাৰ অর্থাৎ ৩ জুনৰ পৰা  অনির্দিষ্টকালৰ বাবে ধর্মঘটত বহাৰ সিদ্ধান্ত লৈছে অ’ল আচাম পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং এমপ্লয়িজ এচোছিয়েশ্যনৰ হাফলং শাখাৰ সদস্য সকলে।

আজি এই কথা জানিবলৈ দিয়ে এচোছিয়েশ্যনৰ হাফলঙৰ সাধাৰণ সম্পাদক বিপুল লংমাইলাই এ।

তেওঁ কয় চৰকাৰৰ ওচৰত বাৰে বাৰে আবেদন নিবেদন কৰি আমাৰ ভাগৰ লাগিছে।  কাৰণ ইয়াৰ আগতেও পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ পৰা চৰকাৰলৈ একাধিক স্মাৰক পত্ৰ দিছো যদিও কোনো কাম হোৱা নাই।

কাৰণ জিলাৰ হাফলং, মাইবাঙ আৰু উমৰাংছু ডিভিজনৰ মোট ৫৩৮ গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মী দৰমহা নাপাই অতি দুখেৰে পৰিয়াল পোহপাল দিবলগীয়া হৈছে।

অৱশ্যে শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰীৰ উদ্দ্যেশ্য অন্তিমখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় য’ত দৰমহা লাভ নকৰাৰ কথা উল্লেখ কৰিছে।

আন এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ভাষ্য হ’ল যে যোৱা প্ৰায় বাৰো মাহ দৰমহা নাপাই অতি কঠিন পৰিস্থিতিৰ মাজত জিয়াই থাকিব লগা হৈছে। কিন্তু আজিৰ  দিনত দোকানীয়ে বস্তু নিদিয়ে। ইপিনে কোভিড১৯কলৈ দেশত ল’কডাউন চলি আছে।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱস্থা নল’লে আত্মহত্যা বাহিৰে বিকল্প নাথাকিব বুলিও উল্লেখ কৰিছে কৰ্মচাৰীসকলে।

পঙ্কজকুমাৰ দেৱ

পঙ্কজকুমাৰ দেৱ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd