• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাই ৰচিলে ইতিহাস; পৃথিৱীৰ পৰা মহাকাশলৈ মানৱ অভিযানৰ সফল যাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 8:43 am
us__1590891345 new
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ব্যক্তিগত কোম্পানী SpaceXৰ ড্ৰেগন স্পেচ ক্ৰাফ্টে দুগৰাকী মহাকাশচাৰীক ইন্টাৰনেশ্যনেল স্পেচ ষ্টেশ্যনলৈ সফলতাৰে প্ৰেৰণ কৰে।

ড্ৰেগন স্পেচ ক্ৰাফ্টৰ জৰিয়তে দুগৰাকী মহাকাশচাৰী ৰবাৰ্ট বেহেনকেন আৰু ডগলছ হাৰ্লে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেশ্যনলৈ ৰাওনা হয়।

Apply Now

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াৰ সফল উৎক্ষেপনৰ পাছত কয় যে স্পেচ এক্সৰ ড্ৰেগন কেপছুল সফলতাৰে পৃথিৱীৰ পৰা গৈ পাইছে আৰু দুয়োগৰাকী মহাকাশ যাত্ৰী সুৰক্ষিত আৰু সুস্থ আছে।

এয়া আমেৰিকাৰ মহৎ আকাংক্ষাৰ এক নতুন যুগ আৰম্ভ হোৱা বুলিও তেওঁ কয়।

Space Xৰ Falcon 9 ৰকেটেৰে ২৭ মে’ত মহাকাশচাৰীক ফ্ল’ৰিডাৰ স্পেচ চেন্টাৰৰ পৰা ইন্টাৰনেশ্যনেল স্পেচ চেন্টাৰলৈ পঠিওৱাৰ কথা আছিল।

কিন্তু বতৰ বেয়া থকাৰ বাবে সেই যাত্ৰা বন্ধ কৰি ’শনিবাৰে Falcon 9ৰ এই যাত্ৰা মুকলি কৰা হয়।

আনহাতে, Space Xৰ এখন ষ্টাৰশ্বিপ ৰকেটৰ শুকুৰবাৰে পৰীক্ষাৰ সময়ত বিস্ফোৰণ ঘটিছিল।

এবছৰৰ ভিতৰতে এইটো চতুৰ্থবাৰৰ বাবে Space Xৰ ষ্টাৰশ্বিপ প্ৰট’টাইপ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ ঘটনা আছিল।

উল্লেখযোগ্য যে Space X প্ৰথম ব্যক্তিগত কোম্পানী যাৰ Falcon 9 ৰকেটেৰে মানুহক মহাকাশলৈ প্ৰেৰণ কৰা হয়।

শুকুৰবাৰে আমেৰিকাৰ টেক্সাছত ষ্টাৰশ্বিপ ৰকেটৰ প্ৰট’টাইপ পৰীক্ষাৰ সময়ত ইঞ্জিন ষ্টাৰ্ট কৰাৰ পাছতে প্ৰথমতে ধোৱা ওলাইছিল আৰু তাৰ পাছতে বিস্ফোৰণ ঘটিছিল।

Space X কোম্পানীৰ ষ্টাৰশ্বিপ ৰকেটকলৈ বহুত আশা আছে। এই ৰকেটৰ দৈৰ্ঘ ৩৯৪ ফুট আৰু ইয়াৰ নেক্সট জেনেৰেশ্যন ৰকেট বুলিও কোৱা হয়।

কোম্পানীটোৰ ষ্টাৰশ্বিপৰ জৰিয়তে চন্দ্ৰ আৰু মঙললৈ মানুহ আৰু লগতে ১০০টন সামগ্ৰী পঠিওৱাৰ পৰিকল্পনা আছে।

Space Xৰ মুৰব্বী এলন মস্কৰ ষ্টাৰশ্বিপ ৰকেটৰ জৰিয়তে সুলভ মহাকাশ যাত্ৰাৰ পৰিকল্পনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd