• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ সাংসদে নহয়, বিজেপি বাৰ্তাই মুখ্যমন্ত্ৰী সজালে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক

কামাখ্যা প্ৰসাদ তাছাকে মুখ্য মন্ত্ৰী বুলি দাবী বিজেপি বাৰ্তাৰ সম্পাদকৰ; ‘এয়া ছপাৰ ভুল নহয়’ দাবী বিজেপি বাৰ্তাৰ সম্পাদকৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 2, 2020 8:14 pm
c388e15c-9f73-484c-bdb3-03f87f68e9b3
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে যদি প্ৰশ্ন কৰা হয় অসমৰ মুখ্যমন্ত্ৰী কোন? তেন্তে পোনপটীয়াকৈ তপৰাই উত্তৰ দিব সৰ্বানন্দ সোণোৱাল।

অৱশ্যে তেজপুৰৰ সাংসদ পদ্মলোচন দাসে তেওঁৰ সভা-সমিতিয়ে দিয়া বক্তব্যৰ সময়ত বা সংবাদ মাধ্যমৰ সন্মুখত দিয়া বক্তব্যত জিভা পিছল খাই অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰিছিল।

Apply Now

কিন্তু এইবাৰ বিজেপিৰ মাহেকীয়া হিচাপত প্ৰকাশ পোৱা মুখপত্ৰত মুখ্য মন্ত্ৰী সজোৱা হ’ল স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

বিজেপিৰ মুখপত্ৰ ‘অসমীয়া বিজেপি বাৰ্তা’ৰ শেষ পৃষ্ঠাত প্ৰকাশিত এখন বিশেষ ফটো। যিখন ফটোৰ কেপচনত লিখা আছে ‘মুখ্য মন্ত্ৰীৰ কোৱাৰেন্টাইন চেন্টাৰ প্ৰদৰ্শন।‘ য’ত নেকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতি কোনোপধ্যেই ধৰিব পৰা নাযায়।

অৱশ্যে ফটোখনত স্বাস্থ্য মন্ত্ৰীৰ কাষত অৰ্থাৎ সোঁফালে প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাক দেখিবলৈ পোৱা গৈছে। তাৎপয্যপূৰ্ণভাৱে সেই মুখখন মুখ্যমন্ত্ৰীৰ বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত দাবী কৰিলে বিজেপি বাৰ্তাৰ সম্পাদক ড০ দেৱদত্ত বৰকটকীয়ে।

তেওঁক সেইগৰাকী কামাখ্যা প্ৰসাদ তাছা বুলি আমাৰ সাংবাদিকে সোঁৱৰাই দিছিল যদিও তেওঁ সেই কথা মানি ল’ব বিচৰা নাছিল।

ইয়াৰোপৰি এয়া এক ছপাৰ ভুল নেকি বুলি বৰকটকীক সোধাত তেওঁ নহয় বুলিহে দাবী কৰে।

১১ মে’ত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ পৰিদৰ্শন কৰি থকা অৱস্থাত

ইপিনে, সেই পৃষ্ঠাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰ প্ৰদৰ্শন কৰাৰ ফটো প্ৰকাশিত হৈছিল যি ফটোখনৰ কেপচন দিয়া হৈছিল ‘গুৱাহাটীত মুখ্য মন্ত্ৰীৰ কোৱাৰেন্টাইন চেন্টাৰ প্ৰদৰ্শন।’

তাৎপৰ্যপূৰ্ণভাৱে প্ৰকাশিত ফ’টোখনৰ কেপচনতে অন্য এক ভুল পোহৰলৈ আহিছে। যোৱা ১১ মে’ত তোলা এই ফটোখনত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত দি উল্লেখ কৰিছিল যে তেওঁ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত ৫০খন বিচনাযুক্ত অত্যাধুনিক আই চি ইউ উদ্বোধন কৰিছিল।

কিন্তু ফ’টোখনত ‘মুখ্যমন্ত্ৰীৰ কোৱাৰেন্টাইন চেন্টাৰ প্ৰদৰ্শন’ কৰা বুলি কেপচনত ভুলকৈ প্ৰকাশ কৰা হৈছে।

ইয়াৰোপৰি, জানিব পৰা মতে সেই সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙত ব্যস্ত আছিল।

উক্ত দিনটোত অৰ্থাৎ ১১ মে’ৰ দিনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে চতুৰ্থ পৰ্যায়ৰ ল’কডাউন সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযোগে আলোচনাত মিলিত হৈছিল।

প্ৰশ্ন হয়, কাৰ ভুলৰ বাবে স্বাস্থ্য মন্ত্ৰীক বাৰে বাৰে মুখ্যমন্ত্ৰী সজোৱাৰ দৰে মাৰাত্মক ভুলবোৰ কৰি আহিছে শাসকীয় বিজেপি দলৰ নেতা-পালিনেতাই?

উল্লেখ্য যে, আজি প্ৰকাশ পাইছিল বিজেপিৰ

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd