• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ কৰা এটা টুইটৰ বাবে এগৰাকী প্ৰৱক্তাক কাৰণ দৰ্শোৱাৰ জাননী; বোকাখাতত প্ৰতিক্ৰিয়া

উত্তম শইকীয়া by উত্তম শইকীয়া
June 3, 2020 9:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ চি এন বি মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ নকৰা সম্পৰ্কত মহাবিদ্যালয় খনৰ এজন প্ৰৱক্তাই দিয়া টুইটৰ বাবে প্ৰৱক্তাজনক মহকুমা প্ৰশাসনে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

মহাবিদ্যালয় খনৰ প্ৰৱক্তা বিদ্যুত বৰুৱাই চি এন বি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ নকৰাত মহাবিদ্যালয় খনৰ কাষৰীয় মানুহৰ মাজত আতংকৰ সৃষ্টি হোৱা বুলি টুইট কৰিছিল।

Apply Now

টুইটত প্ৰবক্তা গৰাকীয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, জি পি সিনহা আৰু মাই গ’ভণ্ট আসামকো টেগ কৰিছিল।

ইয়াৰ পাচতেই বোকাখাতৰ প্ৰশাসনে ২ মে’ত প্ৰৱক্তা বিদ্যুত বৰুৱাক ২০০৫ চনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ পৰিচালনা আইন আৰু  ১৮৯৭ ভাৰতীয় মহামাৰী আইনৰ  আধাৰত ৪৮ ঘন্টাৰ ভিতৰত কাৰণ দৰ্শাবৰ বাবে জাননী জাৰি কৰিছে ৷

এই জাননীৰ পাচতেই বোকাখাতত সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনা সম্পৰ্কত বোকাখাতত মানৱ অধিকাৰ ভুলুণ্ঠিত হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জীপাল কৃষক শ্ৰমিক সন্থাই প্ৰতিবাদ জনাইছে ৷

জনসচেতনতাৰ বাবে শিক্ষিত সমাজৰ হৈ এজন প্ৰৱক্তাই মাত মতাৰ বাবে তেওঁলোকৰ বাক স্বাধীনতা খৰ্ব কৰাৰ অধিকাৰ বোকাখাতৰ প্ৰশাসনক দিয়া নাই বুলি সংগঠনটোৰ সদস্য সোনেশ্বৰ নৰহে কয়।

বিদ্যুত বৰুৱাক দিয়া কাৰণ দৰ্শোৱাৰ জাননীৰ বিৰুদ্ধে দৰকাৰ হলে জিপালে আদালতৰ দ্বাৰস্থ হ’ব বুলিও তেওঁ লগতে কয় ৷

ইফালে, ঘটনা সন্দৰ্ভত চি এন বি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মঞ্চয়ো বোকাখাত মহকুমা প্ৰশাসনৰ কাৰ্যক গৰিহনা দিয়াৰ লগতে কাৰণ দৰ্শোৱাৰ জাননীৰ বাবে মহকুমা প্ৰশাসনে প্ৰবক্তা বিদ্যুত বৰুৱাৰ ওচৰত ক্ষমা খোজাৰ বাবেও দাবী জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd