• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০০০ অতিক্ৰম অসমত ক’ভিড আক্ৰান্তৰ, দিনটোত এতিয়ালৈকে চিনাক্ত ২৪৩

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 4, 2020 11:09 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮৫গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিক ধৰি অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে ২০৭৩লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে বৰপেটাৰ ২১, তিনিচুকীয়াৰ ২১, ডিমা হাচাওৰ ১৪, ধেমাজিৰ আঠ, ওদালগুৰিৰ আঠ, কামৰূপ (মহানগৰ)ৰ পাঁচ, লখিমপুৰৰ চাৰি, কামৰূপৰ তিনি আৰু বাক্সাৰ এগৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি বৃহস্পতিবাৰে দিনটোত এইপৰ্য্যন্ত অসমত মুঠ ২৪৩গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ১৬২৪ (।)

চাৰিগৰাকীৰ মৃত্যু ঘটিছে। ক’ভিড আক্ৰান্ত ৪৪২গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

?Alert ~ 85 new cases of #COVID19+

21 Barpeta, 21 Tinsukia, 14 Dima Hasao, 8 Dhemaji, 8 Udalguri, 5 Kamrup 4 Lakhimpur, 3 Kamrup Rural, 1 Baksa

↗️Total cases 2073
↗️Recovered 442
↗️Active cases 1624
↗️Deaths 04

Update 10:30 PM /June 4/Day’s total 243#AssamCovidCount pic.twitter.com/PGPdu7k59Q

— Himanta Biswa Sarma (@himantabiswa) June 4, 2020

কিছু সময় পূৰ্বে ১১১ গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ৪৬ গৰাকী হোজাই, ওডালগুৰিৰ ২৮ গৰাকী, কামৰূপ ১০ গৰাকী, ৫ গৰাকী মৰিগাঁও, তিনিগৰাকী নলবাৰী, তিনিগৰাকী গোৱালপাৰা, গোলাঘাটৰ দুগৰাকী, যোৰহাটৰ ২ গৰাকী আৰু ধুবুৰীৰ এগৰাকী।

দিনৰ ভাগত ৪৭ গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্তসকলৰ ৩৩ গৰাকী, ছয়গৰাকী ধেমাজি, চাৰিগৰাকী বঙাইগাঁও, তিনিগৰাকী বৰপেটা আৰু বাক্সাৰ এগৰাকী আছিল।

আজিৰ দিনটোত  ২৪৩ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰ’ণাত।

কালিৰ দিনটোত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৯৯২ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

August 22, 2025 9:26 am
মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

August 22, 2025 8:43 am
বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

August 22, 2025 8:24 am
নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

August 22, 2025 9:26 am
মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

August 22, 2025 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd