• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত বিশ্ব পৰিৱেশ দিৱস পালন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 5, 2020 8:17 pm
World Environment Day observed in Sivasagar
1.1k
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্ব পৰিৱেশ দিৱস৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ বিভিন্ন স্থানত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস৷

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানা সমিতিৰ উদ্যোগত আৰু খনামুখ চিন্তামনি গাওঁৰক্ষী বাহিনীৰ সহযোগত আজি খনামুখ গাওঁ পঞ্চায়ত কাৰ্যালয়ত পালন কৰা হয়  বিশ্ব পৰিবেশ দিৱস।

খনামুখ গাওঁ পঞ্চায়তত বৃক্ষ ৰোপন কাৰ্য্যসূচী হাতত লোৱা হয়৷

বৃক্ষ ৰোপন কৰে খনামুখ গাওঁ পঞ্চায়তৰ সভাপতি পুলক গগৈ আৰু গৌৰীসাগৰ থানা সমিতিৰ সভাপতি দ্বিজেন ভড়ালীয়ে৷

ইয়াৰ উপৰিও ক’ৰোণা মহামাৰীৰ যুঁজখনত দিনে-নিশাই সেৱা আগবঢ়াই অহা খনামুখ গাওঁ পঞ্চায়তৰ অন্তৰ্গত স্বাস্থ্যকৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয়৷

উক্ত অনুস্থানত উপস্থিত থাকে গৌৰীসাগৰ থানাৰ চক্ৰ সংগঠক অবেন দাস, থানা সমিতিৰ সভাপতি দ্বিজেন ভড়ালী, সম্পাদক ৰাতুল দত্ত, গাওঁ পঞ্চায়তৰ সচিব বিদ্যা বৰা, সমন্বয়ৰক্ষী সমিতিৰ সভাপতি বদন শইকীয়া আৰু সম্পাদক চিত্ৰ ৰঞ্জন দত্ত৷

আনহাতে অসম গণ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস।

অসম মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা তথা পশুধন উন্নয়ন নিগমৰ সঞ্চালিকা ভাৰতী শইকীয়াৰ উদ্যোগত অসম গণ পৰিষদ, অসম মহিলা পৰিষদ আৰু অসম যুৱ পৰিষদৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অগপৰ শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়ত বৃক্ষ ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

ইপিনে বিশ্ব পৰিবেশ দিৱস উপলক্ষে বেচৰকাৰী সংস্থা ৰেচকিউয়ে পূৰ্বতে ৰোপন কৰা গছপুলি সমূহ চফা কৰাৰ লগতে মৃত গছবোৰৰ ঠাইত নতুনকৈ গছপুলি ৰোপন কৰে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd