• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত বিশ্ব পৰিৱেশ দিৱস পালন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 5, 2020 8:17 pm
World Environment Day observed in Sivasagar
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিশ্ব পৰিৱেশ দিৱস৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ বিভিন্ন স্থানত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস৷

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানা সমিতিৰ উদ্যোগত আৰু খনামুখ চিন্তামনি গাওঁৰক্ষী বাহিনীৰ সহযোগত আজি খনামুখ গাওঁ পঞ্চায়ত কাৰ্যালয়ত পালন কৰা হয়  বিশ্ব পৰিবেশ দিৱস।

Apply Now

খনামুখ গাওঁ পঞ্চায়তত বৃক্ষ ৰোপন কাৰ্য্যসূচী হাতত লোৱা হয়৷

বৃক্ষ ৰোপন কৰে খনামুখ গাওঁ পঞ্চায়তৰ সভাপতি পুলক গগৈ আৰু গৌৰীসাগৰ থানা সমিতিৰ সভাপতি দ্বিজেন ভড়ালীয়ে৷

ইয়াৰ উপৰিও ক’ৰোণা মহামাৰীৰ যুঁজখনত দিনে-নিশাই সেৱা আগবঢ়াই অহা খনামুখ গাওঁ পঞ্চায়তৰ অন্তৰ্গত স্বাস্থ্যকৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয়৷

উক্ত অনুস্থানত উপস্থিত থাকে গৌৰীসাগৰ থানাৰ চক্ৰ সংগঠক অবেন দাস, থানা সমিতিৰ সভাপতি দ্বিজেন ভড়ালী, সম্পাদক ৰাতুল দত্ত, গাওঁ পঞ্চায়তৰ সচিব বিদ্যা বৰা, সমন্বয়ৰক্ষী সমিতিৰ সভাপতি বদন শইকীয়া আৰু সম্পাদক চিত্ৰ ৰঞ্জন দত্ত৷

আনহাতে অসম গণ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস।

অসম মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা তথা পশুধন উন্নয়ন নিগমৰ সঞ্চালিকা ভাৰতী শইকীয়াৰ উদ্যোগত অসম গণ পৰিষদ, অসম মহিলা পৰিষদ আৰু অসম যুৱ পৰিষদৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অগপৰ শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়ত বৃক্ষ ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

ইপিনে বিশ্ব পৰিবেশ দিৱস উপলক্ষে বেচৰকাৰী সংস্থা ৰেচকিউয়ে পূৰ্বতে ৰোপন কৰা গছপুলি সমূহ চফা কৰাৰ লগতে মৃত গছবোৰৰ ঠাইত নতুনকৈ গছপুলি ৰোপন কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd