• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত ২৬০০ৰ দিশে ক’ৰ’না আক্ৰান্তৰ সংখ্যা : ৯২ গৰাকী একেলগে আক্ৰান্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2020 2:12 pm
EZ5PTWfU0AEvGYs
632
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ২৫৬৫ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত একেলগে ৯২ গৰাকী লোক আক্ৰান্ত হৈছে।

ইয়াৰে ৩৯ গৰাকী হোজাই, ২৪ গৰাকী ধুবুৰী, ১০ গৰাকী নগাঁও, ৭ গৰাকী গোলাঘাট, মাজুলী ৬ গৰাকী, লখিমপুৰ পাঁচ গৰাকী, এগৰাকী ধেমাজিৰ।

বৰ্তমান ১৯৭০ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৮৮ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

?Alert ~ 92 new #COVID19+ cases

39 Hojai, 24 Dhubri, 10 Nagaon, 7 Golaghat, 6 Majuli, 5 Lakhimpur, 1 Dhemaji

↗️Total cases 2565
↗️Recovered 588
↗️Active cases 1970
↗️Deaths 04

1:15 PM /June 7/Day’s total as of now 92#AssamCovidCount pic.twitter.com/hdjNdf0es8

— Himanta Biswa Sarma (@himantabiswa) June 7, 2020

কালিৰ দিনটোত ২৩০ গৰাকী আক্ৰান্ত হৈছিল।

৫ জুনৰ দিনটোত বৰ্তমানলৈকে ২৩০ গৰাকী নতুনকৈ আক্ৰান্ত হৈছে।

যোৱা ৪ জুনত ২৪৩ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’নাত।

তিনি জুনত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

Tags: COVID-19

Recent News

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd