• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰম্পৰাগত সামগ্ৰীসমূহৰ মূল্য সংযোজনৰ বাবে উদ্ভাৱনীমূলক ধাৰণাৰ আশ্ৰয় ল’বলৈ মুখ্য মন্ত্ৰীৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2020 7:28 pm
উদ্যম অসম অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল

উদ্যম অসম অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ বজাৰ দখল কৰিব পৰাকৈ ৰাজ্যখনৰ পৰম্পৰাগত সামগ্ৰীসমূহৰ মূল্য সংযোজনৰ বাবে উদ্ভাৱনীমূলক ধাৰণাৰ প্ৰয়োগৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে।

আজি মহানগৰীৰ আমবাৰীৰত ‘আছাম ষ্টাৰ্ট আপ-দ্যা নেষ্ট’ৰ সফলতা উদযাপনৰ বাবে আয়োজিত ‘উদ্যম অসম’ শীৰ্ষক এক অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি সোণোৱালে এই আহ্বান জনায়।

ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ তত্ত্বাৱধানত গঠিত সংস্থা ‘আছাম ষ্টাৰ্ট আপ-দ্যা নেষ্টে’ ইয়াৰ প্ৰতিষ্ঠাকালৰ পৰা প্ৰথমটো বৰ্ষৰ ভিতৰতে ৭৫ টা ষ্টাৰ্ট আপত উদগণি যোগাইছে।

এই ষ্টাৰ্ট আপসমূহে প্ৰায় ১১ কোটি টকাৰ ব্যৱসায় কৰাৰ লগতে ১৬৯০ গৰাকী লোকক প্ৰত্যক্ষ আৰু ৪০ হাজাৰৰো অধিক ব্যক্তিক পৰোক্ষ নিয়োগৰ সুবিধা আগবঢ়াইছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে একবিংশ শতিকা প্ৰযুক্তিৰ যুগ বুলি কয়। জনজীৱনৰ প্ৰতিটো ক্ষেত্ৰতে এতিয়া প্ৰযুক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰিছে, সমান্তৰালভাৱে মানুহৰ পছন্দও সলনি গৈ গৈ আছে বুলি মুখ্য মন্ত্ৰীয়ে কয়।

পৰম্পৰাগত সাজ-পোছাক, কাঁহ-পিতলৰ সামগ্ৰী আদিৰ দৰে ৰাজ্যখনৰ কুটীৰ উদ্যোগসমূহৰ এককত্বৰ কথা উল্লেখ সোণোৱালে কয় যে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ এইসমূহ সামগ্ৰীত সকলো উপাদানেই নিহিত হৈ আছে।

অৱশ্যে গ্ৰাহকসকলৰ পৰিৱৰ্তিত পছন্দৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত আমি অধিক উদ্ভাৱনীমূলক চিন্তা-চৰ্চা কৰিব লাগিব বুলিও মুখ্য মন্ত্ৰীয়ে অনুষ্ঠানত মত ব্যক্ত কৰে।

আজিৰ অনুষ্ঠানত সোণোৱালে মাই আছাম ষ্টাৰ্ট আপ আই ডিৰ অধীনত এই কেন্দ্ৰই উদগণি যোগোৱা ৩১ টা ষ্টাৰ্ট আপলৈ বিত্তীয় অনুদানৰ প্ৰথম কিস্তিৰ চেকসমূহো বিতৰণ কৰে।

তেওঁ লগতে ‘আছাম ট্ৰেইলব্লেজাৰ্ছ’ শীৰ্ষক কফি টেবুল বুকখনৰ প্ৰথম সংস্কৰণো আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

এই গ্ৰন্থখনত অসম ষ্টাৰ্ট আপৰ যাত্ৰাৰ বিৱৰণৰ লগতে ষ্টাৰ্ট আপসমূহৰ সফলতাৰ কাহিনীও সন্নিবিষ্ট  কৰা হৈছে।

অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ  মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ভাষণ প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd