• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দৰিদ্ৰতা তথা শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি সুখ্যাতিৰে উত্তীৰ্ণ হ’ল শিৱসাগৰৰ জোনালী-সনাতন-স্নেহা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 7, 2020 8:02 pm
index.jpg4

সনাতন, স্নেহা আৰু জোনালী

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা তথা শাৰীৰিক বাধাগ্ৰস্ততা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। এই কথা যুগে যুগে প্ৰতিপন্ন কৰি আহিছে এচাম মেধাৱী তথা প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে।

ৰাজ্যত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শিৱসাগৰত থকা মাজুলীৰ জোনালী দাসে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। কিন্তু কোন এই জোনালী ?

Apply Now

মাজুলীৰ এটি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী যুৱতী জোনালী। পঢ়াৰ লগতে অনন্য প্ৰতিভা থকা জোনালীক শিৱসাগৰৰ অ’এনজিচিৰ কৰ্মচাৰী ধীৰাজ পাংগিংয়ে দুবছৰৰ পূৰ্বে শিৱসাগৰলৈ আনিছিল। জোনালীক অষ্টম শ্ৰেণীত নাম লগাই দিছিল শিৱসাগৰৰ ভূৱন চন্দ্ৰ গগৈ হাইস্কুলত। ধীৰাজ পাংগিং আৰু তেওঁৰ পৰিবাৰে জোনালীক নিজৰ ছোৱালীৰ দৰে মৰম কৰে।

আৰু জোনালীৰ পঢ়াৰ ক্ষেত্ৰত কোনো ত্ৰুতি কৰা নাছিল পাংগিং দম্পতিয়ে। তাৰেই ফলস্বৰূপ আজি জোনালীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। কেৱল পঢ়াতেই নহয়, সংগীতৰ প্ৰতিও আগ্ৰহী জোনালী।

জোনালীয়ে গীত গাই ভাল পোৱাৰ বাবে ধীৰাজ পাংগিং আৰু তেওঁৰ পত্নীয়ে জোনালীক সংগীত বিদ্যালয়ত নাম ভৰ্তি কৰি দিছিল।
জোনালীৰ এই সাফল্যত এতিয়া সকলো উৎফুল্লিত।

আনহাতে চৰাইদেউ জিলাৰ সাপেখাটী সৰুপথাৰৰ অতি দৰিদ্ৰ পৰিষালৰ বিশেষভাৱে সক্ষম যুৱক সনাতন গগৈ। জন্মৰে পৰা দৃষ্টিহীন সনাতন গগৈয়ে মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত গনিত বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। নিজে দৃষ্টিহীন হলেও কোনো দিনে নিজকে দৃষ্টিহীন বুলি নাভাবি অন্য দহজনৰ দৰে হাতত হাত ধৰি আগোৱাই গৈ আছো বুলি কয় সনাতন গগৈয়ে।

আনহাতে সাংস্কৃতিক ক্ষেত্ৰটো নিজৰ প্ৰতিভাৰ বাবে উজলি উঠিছে সনাতন গগৈ। তেওঁ নিজে বাঁহী, গগনা, হুতুলি আদি প্ৰস্তুত কৰাৰ লগতে ক্লাচিকেল মিউজিকৰো শিক্ষা গ্ৰহণ কৰিছে সনাতনে।

শিৱসাগৰৰ হাঁ‌হচৰা দয়া চাৰিআলি জাঠিয়াপতীয়া গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী স্নেহা গগৈ। স্নেহাই এইবাৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ সহ ডিষ্টিংচন লাভ কৰি সমগ্ৰ হাঁ‌হচৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে৷

অতি দৰিদ্ৰ পৰিয়ালয়ৰ এই ছাত্ৰী গৰাকী পঢ়া-শুনাৰ লগতে ঘৰুৱা বিভিন্ন কৰ্মতো পাৰ্গত।

ডেৰ বছৰৰ পূৰ্বে পিতৃক হেৰোৱা স্নেহাৰ মাতৃ ভানু গগৈয়ে বহু কষ্টৰে স্নেহাক পঢ়ুৱাইছে।

মাতৃসহ জীৱন সংগ্ৰাম চলাই নিয়া স্নেহাৰ উচ্চ শিক্ষাৰ বাবে এতিয়া প্ৰয়োজন হৃদয়ৱান ব্যক্তিৰ অলপ সহায়।

মনত দূৰ্দান্ত হেঁপাহ আৰু প্ৰবল ইচ্ছা শক্তি থাকিলে সকলো কামেই সহজ। আজি তাৰেই প্ৰমাণ দিলে জেনালী, সনাতন স্নেহাৰ দৰে আন বহুজনে। শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা আৰু শাৰীৰিক বাধাগ্ৰস্ততা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। জোনালী, সনাতন আৰু স্নেহাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd