• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উৎপাদন আৰু বজাৰ ব্যৱস্থা শক্তিশালীকৰণৰ বাবে ৰাজ্যত ১০০ টা ফাৰ্মাছ প্ৰডিউচাৰ কোম্পানী গঠন  কৰিবলৈ মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2020 7:15 pm
মুখ্য মন্ত্ৰী সোণোৱাল

মুখ্য মন্ত্ৰী সোণোৱাল

526
VIEWS
Share on FacebookShare on Twitter

অসমৰ কৃষকসকলৰ বাবে প্ৰয়োজনীয় বীজ ৰাজ্যখনতে উৎপাদন কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম বীজ নিগমক নিৰ্দেশ দিয়ে।

কৃষকসকলে যাতে প্ৰমাণিকৃত বীজ লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবে প্ৰতিখন জিলাত কমেও এখনকৈ বীজ বিপণন কেন্দ্ৰ গঢ়ি তোলাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আজি খানাপাৰাস্থিত কৃষি ভৱনত কৃষি বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে কয় যে, কৃষি যান্ত্ৰিকীকৰণ ব্যৱস্থা শক্তিশালী কৰি আমাৰ যুৱ প্ৰজন্মক কৃষিক এক মৰ্যাদা সম্পন্ন বৃত্তি হিচাপে গ্ৰহণ কৰাৰ বাবে উদগণি যোগাব লাগিব।

মুখ্য মন্ত্ৰীয়ে কৃষি উৎপাদন, সংগ্ৰহ, দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্যৱস্থাৰ সৈতে সংযোগীকৰণৰ লক্ষ্যৰে ৰাজ্যখনত ১০০ টা ফাৰ্মাছ প্ৰডিউচাৰ কোম্পানী গঠন কৰিবলৈ অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ সঞ্চালকক নিৰ্দেশ দিয়ে।

আত্মনিৰ্ভৰ অসমৰ লক্ষ্য বাস্তৱায়িত কৰিব লাগিলে যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি অধিক উৎসাহিত কৰি তুলিব লাগিব আৰু ইয়াৰ বাবে বিজ্ঞানসন্মত কৃষি পদ্ধতি অধিক জনপ্ৰিয় কৰিব লাগিব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে, এই প্ৰতিটো কোম্পানীত ৫০০ গৰাকীকৈ লোকক জড়িত কৰা হ’ব বুলিও সোণোৱালে লগতে কয়।

মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যখনৰ ১২৬ টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে একোটাকৈ কম্বাইন হাৰ্ভেষ্টৰ যোগান ধৰাৰ বাবে কৃষি বিভাগক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

এই যন্ত্ৰটোৰ জৰিয়তে প্ৰতিঘণ্টাত তিনি বিঘা শস্য চপোৱাৰ উপৰি চপোৱা শস্যৰ মৰণা মাৰিব পৰা যাব।

আনহাতে, উদ্যান শস্য বিভাগৰ সঞ্চালকগৰাকীয়ে মুখ্য মন্ত্ৰীক ল’কডাউনৰ ৭০ দিনত ৰাজ্যখনে স্থানীয় চাহিদা পূৰণ কৰাৰ উপৰি অন্য ৰাজ্যলৈও কৃষিজাত সামগ্ৰী তথা শাক-পাচলি ৰপ্তানি কৰি সৰ্বমুঠ ৩৫৭ কোটি টকা অৰ্জন  কৰিবলৈ সক্ষম হৈছে।

আজিৰ বৈঠকত কৃষি মন্ত্ৰী অতুল বৰা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিৱ সঞ্জয় লোহিয়া উপস্থিত থাকে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd