• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰ্জুন বঁটাৰ বাবে মনোনীত বক্সাৰ লাভলিনা বৰগোঁহাইক সম্বৰ্ধনা ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ

লাভলিনাৰ ঘৰৰ চৌহদত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত স্থাপন কৰা হ'ব এটা বক্সিং ৰিং

উত্তম শইকীয়া by উত্তম শইকীয়া
June 9, 2020 9:57 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না আতংক আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় তিনি মাহ ধৰি গোলাঘাট জিলাৰ বৰপথাৰৰ নিজ গৃহতে আৱদ্ধ হৈ আছে আগন্তক টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হোৱা আন্ত:ৰাষ্ট্ৰীয় বক্সাৰ অসম কণ্যা লাভলিনা বৰগোঁহাই।

নিজৰ ঘৰতে থাকি কঠোৰ অনুশীলন অব্যাহত ৰাখিছে লাভলিনাই। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ লাভলিনালৈ লকডাউনৰ মাজতে আহিছে আন এক সুখবৰ।

Apply Now

অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে সুদক্ষ বক্সাৰ অসম কন্যা লাভলিনা বৰগোঁহাইৰ নাম। তেওঁৰ এনে সাফল্য আৰু সুখবৰে গৌৰৱাম্বিত কৰিছে ৰাজ্যবাসীৰ লগতে ধনশিৰি মহকুমা বাসীক।

অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা বক্সাৰ গৰাকীক সোমবাৰে বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰত সম্বৰ্ধনা জনাই ধনশিৰি জিলা ক্ৰীড়া সন্থাই।

ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম কো অপাৰেটিভ এপেক্স বেংকৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ যুৱ নেতা বিশ্বজিৎ ফুকনৰ নেতৃত্বত ধনশিৰি জিলা ক্ৰীড়া সন্থা আৰু অসম ৰাজ্যিক পৰিবহন বিভাগৰ গোলাঘাট কাৰ্য্যালয়ৰ তৰফৰ পৰা ফুলাম গামোছা, স্মাৰক আৰু একোখন প্ৰসস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

লগতে খ্যাতি সম্পন্ন বক্সাৰ গৰাকীৰ ঘৰৰ চৌহদত ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা শীঘ্ৰে এটি বক্সিং ৰিং নিৰ্মাণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে বিশ্বজিৎ ফুকনে।

উল্লেখ্য যে মহামাৰী ক’ভিড ১৯ আৰু লকডাউনৰ বাবে অনুশীলন শিৱিৰ বন্ধ হৈ আছে লাভলীনাৰ। ফলত নিজৰ ঘৰতে লাভলিনাই পুৱা গধুলী অব্যাহত ৰাখিছে অনুশীলন।

ইতিমধ্যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ তৰফৰ পৰা লাভলীনাৰ বাবে প্ৰেৰণ কৰা হৈছে অনুশীলনৰ সামগ্ৰী। অত্যন্ত আত্ম বিশ্বাসী টিকেন বৰগোঁহাই আৰু মামনী বৰগোঁহাইৰ কনিষ্ঠ কন্যা লাভলিনাৰ এতিয়া একমাত্ৰ লক্ষ্য আগন্তক টকিঅ’ অলিম্পিকত দেশৰ হৈ পদক অৰ্জন কৰা।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd