• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাঘজানৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীক ঘটনাস্থলীলৈ তাৎক্ষণিকভাৱে ৰাওনা হোৱাৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2020 8:03 pm
Story-2-1140x570

পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ফাইল ফটো

10.2k
VIEWS
Share on FacebookShare on Twitter

বাঘজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে হোৱা কথা-বতৰাৰ পিছতে পৰিস্থিতিৰ চৰজমিন বুজ ল’বলৈ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক তাৎক্ষণিকভাৱে বাঘজনালৈ ৰাওনা হোৱাৰ নিৰ্দেশ দিয়ে।

তদুপৰি, মুখ্য মন্ত্ৰীয়ে আজি আবেলি কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়া আৰু ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মত-বিনিময় কৰি পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰে।

এই পৰ্যালোচনাৰ সময়ত মুখ্য মন্ত্ৰীয়ে অগ্নিকাণ্ডৰ ফলত সামগ্ৰিক পৰিৱেশ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাসবাস কৰা জনসাধাৰণৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ দিশত উদ্বিগ্নতা প্ৰকাশ কৰি অগ্নিনিৰ্বাপনৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আহ্বান জনায়।

ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মুখ্য মন্ত্ৰী সোণোৱালক কয় যে এই অগ্নিনিৰ্বাপনৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা তথা প্ৰযুক্তিগত পদক্ষেপ সন্মিলিতভাৱে লোৱা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে জনায় যে এই জৰুৰীকালীন সময়ৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতীয় বায়ু সেনা বাহিনীকো সাজু কৰি ৰখা হৈছে।

সোণোৱালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো টেলিফোনযোগে এই ঘটনা সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰে।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd