• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজস্থানৰ কংগ্ৰেছী বিধায়কক ২৫ কোটিৰ টোপ বিজেপিৰ : মুখ্যমন্ত্ৰী গেহলটৰ অভিযোগ

এখন বিলাসী ৰিজ'ৰ্ট ৰখা হৈছে ১৫ গৰাকী নিৰ্দলীয়সহ কংগ্ৰেছী বিধায়কক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2020 5:08 pm
image
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ৰাজ্যসভা নিৰ্বাচনত ‘ঘোঁৰা’ ক্ৰয়ৰ বাবে সষ্টম হৈ উঠিছে বিজেপি দল।

এই অভিযোগ ৰাজস্থানৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী অশোক গেহলটৰ।

কৰ্ণাটক, মধ্য প্ৰদেশ, গুজৰাটৰ লগতে ৰাজস্থানতো কংগ্ৰেছী আৰু নিৰ্দলীয় বিধায়কক বিজেপি দলে টোপ দিয়াৰ গোপন প্ৰস্তুতি চলাইছে।

গেহলটৰ অভিযোগ মতে ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু নিৰ্দলীয় বিধায়কক বিজেপিয়ে নিজ দললৈ আনিবলৈ ২৫ কোটিৰ টকাৰ টোপ দিছে।

অগ্ৰিমভাৱে ১০ কোটি টকা দিয়াৰো লোভ দিছে বিজেপি দলে।

উল্লেখ্যে অহা ১৯ জুনত ৰাজস্থানৰ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে, ইতিমধ্যে কংগ্ৰেছৰ বিধায়কসকলক জয়পুৰৰ এখন বিলাসী ৰিজ’ৰ্টত আৰক্ষীৰ পহৰাত ৰখা হৈছে।

মুখ্যমন্ত্ৰী গেহলটে অভিযোগ কৰিছে যে মধ্য প্ৰদেশৰ দৰে ৰাজস্থানতো বিজেপিয়ে কংগ্ৰেছ বিধায়ক ক্ৰয় কৰা প্ৰচেষ্টা কৰিছে।

ইফালে গেহলটে অভিযোগ কৰাৰ পূৰ্বে কংগ্ৰেছৰ লগতে ১৫ গৰাকী নিৰ্দলীয় বিধায়ক জয়পুৰৰ ‘শিৱ বিলাস’ ৰিজ’ৰ্টলৈ লৈ যোৱা হয়।

বিজেপিৰ এই টোপৰ কথা স্বীকাৰ কৰিছে নিৰ্দলীয় বিধায়ক মহাদেউ সিংহ খণ্ডলাৱে।

তেওঁ কয় যে ‘মই কংগ্ৰেছৰ লগত থাকিম।মই কেতিয়াও টোপ নিগিলো।’

ইফালে বিজেপিৰ বিধায়ক ক্ৰয় ৰোধ কৰিবলৈ কংগ্ৰেছ বিধয়াকসকলক জয়পুৰৰ ৰিজ’ৰ্ট ৰখা বুলি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখা পত্ৰত উল্লেখ কৰিছে কংগ্ৰেছ নেতা মহেশ যোশীয়ে।

আনহাতে ৰাজস্থান ৰাজ্যিক বিজেপিৰ সভাপতি সতীশ পুনীয়াই কংগ্ৰেছৰ এই অভিযোগ খণ্ডন কৰি কৈছে যে ‘এইটোৱে প্ৰমাণ কৰিছে যে কংগ্ৰেছৰ নিজৰ বিধায়কসকলৰ ওপৰতেই বিশ্বাস আৰু ভৰসা নাই।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm
কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

August 26, 2025 1:22 pm
চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

August 26, 2025 1:17 pm
সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

August 26, 2025 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm
কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

August 26, 2025 1:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd