• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ-পূব কয়লাক্ষেত্ৰ কাৰ্যক্ষম ৰখাৰ দাবীত আছুসহ ১৪টা দল-সংগঠনৰ অৱস্থান ধৰ্মঘট

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 11, 2020 7:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩ জুনত ক’ল ইণ্ডিয়া লিমিটেডে উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাত সকলো খনন বাতিলৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা উত্তাল হৈ পৰিছে সমগ্ৰ মাৰ্ঘেৰিটা৷

ক’ল ইণ্ডিয়াৰ কৰ্মচাৰী, মাইনিং কোম্পানীৰ কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে মাৰ্ঘেৰিটাৰ আৰ্থিক ভেটিৰ স্বৰূপ ক’ল ইণ্ডিয়া লিমিটেডক বৰ্তাই ৰখাৰ বাবে অব্যাহত ৰাখিছে ধৰ্ণা, প্ৰতিবাদ আদি কাৰ্যসূচী৷

Apply Now

আজি পুৱা মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত মাৰ্ঘেৰিটা মহকুমাৰ ১৪টা বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উমৈহতীয়া মঞ্চৰ সহযোগত উত্তৰ-পূব কয়লাক্ষেত্ৰক সুৰক্ষা দিয়াৰ দাবীত এক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

প্ৰতিবাদকাৰীসকলৰ স্পষ্ট মত যে জৈৱ বিচিত্ৰ হানি বিঘিনি নোহোৱাকৈ, প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট নোহোৱাকৈ বৈজ্ঞানিক ভিত্তিত অন্তঃ খনন প্ৰক্ৰিয়াৰে কয়লা আহৰণ কৰি উদ্যোগটো পুনৰ কাৰ্যক্ষম কৰিব লাগে৷

আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম সভা, আদিবাসী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, আটছা, আটাছুকে কৰি চৈধ্যটাকৈ জনগোষ্ঠীয় সংগঠনে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি কোনো কাৰণতে উত্তৰ-পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটা বন্ধ হ’বলৈ নিদিয়াৰ দাবী তোলে।

তেওঁলোকে উন্নত মানৰ বৈজ্ঞানিক পদ্ধতিৰে অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি প্ৰকৃতি সুৰক্ষা কৰি কয়লাৰ খনন কাৰ্য চলাই মাৰ্ঘেৰিটাৰ আৰ্থিক পৰিৱেশ সুচল কৰি ৰাখিবৰ বাবে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে উত্তৰ-পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাত প্ৰত্যক্ষ ভাবে ৪ হেজাৰৰো অধিক স্থায়ী আৰু অংশকালীন কৰ্মচাৰী জড়িত হৈ আছে।

ইয়াৰ উপৰি বঙাইগাঁ‌ও বিদ্যুৎ প্ৰকল্প, বোকাজান চিমেণ্ট ফেক্টৰী, একাংশ চাহ বাগিচাকে ধৰি ৰাজ্যৰ বহু ক্ষুদ্ৰ উদ্যোগ এই কয়লাৰ ওপৰত নিৰ্ভৰশীল।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd