• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১ কোটি ১৯ লাখ টকাৰে এছিয়া বিখ্যাত দৰংগিৰি কল বজাৰ উন্নয়ন কামৰ শুভৰাম্ভ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
June 13, 2020 9:17 am
আধাৰশিলা স্থাপনত দুধনৈৰ বিধায়ক

আধাৰশিলা স্থাপনত দুধনৈৰ বিধায়ক

1.4k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ দৰংগিৰি এছিয়া মহাদেশৰ বিখ্যাত কলৰ বজাৰ আৰু এই বজাৰখনৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশলৈ কলৰ ৰপ্তানি কৰা হয়।

এছিয়াৰ ভিতৰতে বৃহৎ এই কলৰ বজাৰখনত বিগত সময়ছোৱাত প্ৰয়োজনীয় আন্তঃগাঠনিৰ অভাৱৰ বাবে ব্যৱসায়ী সকলে বিভিন্ন সমস্যাৰ সন্মুখিন হ’বলগীয়া হৈছিল।

কল ব্যৱসায়ী সকলে বহুবাৰ চৰকাৰক প্ৰয়োজনীয় আন্তঃগাঠনি নিৰ্মাণৰ বাবে আবেদন কৰিছিল যদিও এই সন্দৰ্ভত কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল।

শেহতীয়াভাৱে অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ অধীনত দৰংগিৰি বজাৰক উন্নত মানৰ বজাৰ হিচাপে গঢ়ি তোলাৰ বাবে তৎপৰ হৈ পৰিছে।

এই আঁচনিখনৰ অধীনত দৰংগিৰি বজাৰৰ উন্নয়নৰ বাবে অসম চৰকাৰে ১ কোটি ১৯ লাখ টকাৰ অনুমোদন আগবঢ়াইছে।

অসম দৰ্শন আঁচনিৰ জৰিয়তে উন্নয়ন কৰিব লগীয়া বজাৰ প্ৰকল্পটোৰ আজি আধাৰ শিলা স্থাপন কৰে দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভায় ৷

প্ৰস্তাৱিত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাৰ পিচত বজাৰ খনে অন্য এক মাত্ৰা লাভ কৰিব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে।

ইয়াৰ উপৰিও দৰংগিৰি কল বজাৰ কমিটি আৰু দৰংগিৰি উন্নয়ন কমিটিয়েও এই আঁচনি লাভ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে।

১.১৯ কোটি টকাৰে নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা বজাৰ খনত বহুকেইটা উন্নত মানৰ প্ৰযুক্তি ব্যৱহাৰ হ’ব বুলিও বিভাগীয় কতৃপক্ষই জানিবলৈ দিয়ে।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd