• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১ জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ; আকাশত সৃষ্টি হ’ব ‘ৰিং অফ ফায়াৰ’

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2020 9:49 am
solar eclipse partial ring of fire

ৰিং অফ ফায়াৰ। প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই বছৰতে ইতিমধ্যে যোৱা জানুৱাৰি আৰু চলিত মাহত দুবাৰকৈ চন্দ্ৰগ্ৰহণৰ সাক্ষী হোৱাৰ পাছত এইবাৰ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব ভাৰতবাসী।

অহা ২১ জুনত হ’বলগীয়া এই বিৰল বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ সময়ছোৱাত আকাশতেই সৃষ্টি হ’ব ৰিং অফ ফায়াৰ (ring of fire)।

Apply Now

অৱশ্যে, ভাৰতৰ সকলো ঠাইতে এই সূৰ্যগ্ৰহণ দেখা পোৱা নাযাব।

২১ জুনৰ বলয় সূৰ্যগ্ৰহণৰ দৃশ্য উত্তৰ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা প্ৰত্যক্ষ কৰিব পৰা যাব।

ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা ৯বাজি ১৫মিনিটত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু পুৱা ১০ বাজি ১৭মিনিট ৪৫ ছেকেণ্ডলৈ প্ৰায় এঘন্টা সময় ভাৰতৰ বিভিন্ন স্থানৰ পৰা এই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পৰা যাব।

দুপৰীয়া ১২ বাজি ১০ মিনিটলৈ এই গ্ৰহণ চলিব আৰু বিয়লি ২ বাজি ২মিনিটত ইয়াৰ সমাপ্তি ঘটিব।

বছৰৰ এই প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতৰ উপৰি চীন, পাকিস্তান, ইথিওপিয়া, কংগো তথা আফ্ৰিকাৰ পৰাও দেখা পোৱা যাব। য়ুৰোপ তথা অষ্ট্ৰেলিয়াৰ কিছুমান প্ৰান্তৰ পৰাও এই সূৰ্যগ্ৰহণ দেখা যাব।

ইপিনে, নাছাৰ বিজ্ঞানীসকলে এই সূৰ্যগ্ৰহণ খালী চকুৰে চাবলৈ মানা কৰিছে। তেওঁলোকে ছানগ্লাছৰ সলনি টেলিস্কোপৰ জৰিয়তে সাৱধানতাৰে প্ৰত্যক্ষ কৰাৰ বাবে পৰামৰ্শ দিছে।

বিজ্ঞানীসকলে এই সূৰ্যগ্ৰহণ চোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ কথা দোহাৰিছে।

২১ জুনত হ’বলগীয়া এই সূৰ্যগ্ৰহণ বলয়গ্ৰাস সূৰ্যগ্ৰহণ হ’ব য’ত চন্দ্ৰই সূৰ্যক ঢাকি ধৰিব। কিন্তু চন্দ্ৰৰ আয়তন সৰু হোৱাৰ বাবে সূৰ্যই চন্দ্ৰৰ কাষেৰে ৰশ্মি বিকিৰম কৰিব আৰু ইয়াৰ ফলত আকাশত আঙুঠিৰ দৰে আকৃতি দেখা যাব যাক কোৱা হয় ৰিং অফ ফায়াৰ।

খালী চকুৰে ইয়াক প্ৰত্যক্ষ কৰিলে চকু নষ্ট হোৱাৰ লগতে অন্ধত্ব প্ৰাপ্তিৰো সম্ভাৱনা আছে। সেয়েহে, সম্পূৰ্ণ কাৰিকৰী সাৱধানতা অৱলম্বন কৰিহে ইয়াক প্ৰত্যক্ষ কৰাটো সমীচীন হ’ব।

স্বাভাৱিকতে এই বিৰলপ্ৰায় সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ বাবে বিশ্বৰ মহাকাশ বিজ্ঞানীসকল যথেষ্ট উৎসুক হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd