• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জম্মু-কাশ্মীৰৰ নিৰ্যাতিত হিন্দু-মুছলমানৰ হাতে হাতে অস্ত্ৰ দিয়াৰ আহ্বান প্ৰাক্তন ডিজিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2020 4:37 pm
image

ফাইল ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰ উপত্যকাৰ সংখ্যালঘু হিন্দুৰ লগতে অত্যাচাৰিত মুছলমানসকলক নিজৰ জীৱন ৰক্ষাৰ কৰাৰ স্বাৰ্থত হাতে হাতে অস্ত্ৰ তুলি দিব লাগে। এই বিস্ফোৰক মন্তব্য জন্মু আৰু কাশ্মীৰ আৰক্ষীৰ প্ৰাক্তন ডিজি শেষ পাল বৈদ্যৰ।

প্ৰাক্তন ডিজি বৈদ্যই লগতে কয় যে তেওঁলোকৰ হাতত অস্ত্ৰ তুলি দিয়াৰ লগতে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াও উচিত।

Apply Now

বৈদ্যৰ মতে জন্মু আৰু কাশ্মীৰৰ এই দুয়ো সম্প্ৰদায়ে নিজৰ আত্মৰক্ষাৰ বাবে সকলো ধৰণৰ পন্থা অৱলম্বন কৰি চাব পাৰে।

সম্প্ৰতি দক্ষিণ কাশ্মীৰৰ অনন্তনাগত কাশ্মীৰী পণ্ডিত পঞ্চায়তৰ প্ৰধান অজয় পণ্ডিত ভাৰতীক হত্যা কৰাৰ পিছত তাৰ পৰা উচ্ছেদিত কাশ্মীৰী পণ্ডিতসকলক সুৰক্ষাৰ বাবেও দাবী জনাইছে বৈদ্যই।

ইয়াৰোপৰি তেওঁ উক্ত উপত্যকাত থকা হিন্দুসকলৰ হাতত অস্ত্ৰ তুলি দিয়াৰো দাবী জনায়।

তেওঁ এই প্ৰসঙ্গত কয়, ‘এই দুই সম্প্ৰদায়ৰ হাতত অস্ত্ৰ তুলি দিলে বা তেওঁলোকক অস্ত্ৰৰ প্ৰশিক্ষণ দিলে যে কিবা বিশাল ক্ষতি হ’ব তেনে নহয়।’

কিদৰে এই প্ৰতিৰোধ গঢ়ি তুলিব পাৰি তাৰো এক নমুনা দাঙি ধৰিছে জন্মু আৰু কাশ্মীৰ আৰক্ষীৰ প্ৰাক্তন ডিজি শেষ পাল বৈদ্যই।

এই সম্পৰ্কে তেওঁ কয়, ‘উপত্যকাটোত গাঁও প্ৰতিৰোধ কমিটি বা ভিলেজ ডিফেন্স কমিটি(ভিডিচি) গঢ়ি তুলিব লাগিব। তেনে কৰিবলৈ পৰিকল্পনা কৰিব লাগিব। বিষয়টো কঠিন, কিন্তু অসম্ভৱ নহয়।’

প্ৰসঙ্গক্ৰমে বৈদ্যই কেবাটাও উদাহৰণ দিয়ে। ১৯৯৫ চনত তেওঁ তেতিয়া উধমপুৰৰ এছ পি আছিল। সেই সময়ত উক্ত অঞ্চলত ব্যাপকৰূপত হিংসাত্মক উপদ্ৰপৱ চলিছিল, হিন্দু লোকক হত্যা কৰা হৈছিল।

বাসিন্দাসকলক ৰক্ষাৰ কৰাৰ বাবে বাগানকোটত প্ৰথম ভিডিচি গঢ়ি তোলা হয়। ইয়াৰ পিছতে জম্মু ডিভিজনৰ চন্দ্ৰভাগা উপত্যকা অঞ্চলৰ সংখ্যালঘু হিন্দুসকলৰ সুৰক্ষাৰ বাবে তৎকালীন জম্মু-কাশ্মীৰৰ চৰকাৰে বহু ভিডিচি গঠন কৰি দিয়ে।

উক্ত অঞ্চলটোৰ অত্যাচিৰত হিন্দু আৰু মুছলমানসকলৰ সুৰক্ষাৰ বাবে ভিডিচিক অস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ পিছতে এই পৰিকল্পনা ব্যাপকৰূপত সফল হৈছিল বুলি দাবী কৰে প্ৰাক্তন ডিজি বৈদ্যই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

June 29, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd