• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত বিয়াৰ ৰভাৰ তলত আন এক কাজিৰঙা

উত্তম শইকীয়া by উত্তম শইকীয়া
June 13, 2020 8:43 pm
Unusual wedding in Assam's Bokakhat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী পুলিন বৰা৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন বনাঞ্চলত সুদীৰ্ঘ দিন কাম কৰি বিভিন্ন অভিজ্ঞতা আহৰণ কৰি সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বনাঞ্চলৰ নদীপৰীয়া মৰিয়াহোলাত কৰ্মৰত তেওঁ৷

জীৱনটো কাজিৰঙাৰ বন্যপ্ৰাণীৰ সৈতে কটাই বনকৰ্মী পুলিন বৰাই নিজৰ বুকুৰ মাজতো গঢ়ি তুলিলে অন্য এখন কাজিৰঙা৷ বন্যপ্ৰাণীৰ প্ৰতি প্ৰেম-ভালপোৱা৷

আজি পুলিন বৰাৰ কন্যাৰ বিয়া৷ ক’ভিড১৯ৰ ভয়াৱহ সংক্ৰমণৰ মাজতে বোকাখাতৰ কুৰুৱাবাহী দ্বিতীয় পৰংগনীয়া গাঁৱত অনুষ্টুপীয়াকৈ আয়োজন কৰা এই বিয়াই এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷

কিয়নো কন্যা পৰীৰ বিয়াৰ ৰভা তলিতে বনকৰ্মী পুলিন বৰাই নিৰ্মাণ কৰিছে অন্য এখন কাজিৰঙা৷ হেঁপাহ কন্যাৰ সম্প্ৰদানো কাজিৰঙাৰ বুকুতেই হওক৷ পশু-পক্ষীও সাক্ষী হওক তেওঁৰ কন্যাৰ সম্প্ৰদানৰ মুহূৰ্তৰ৷

এই পৰিকল্পনাৰেই স্থানীয় শিল্পী দুলাল বৰাৰ সহযোগত পুলিন বৰাই কন্যাৰ বিয়াৰ ৰভাতলিত কৃত্ৰিমভাৱে সাজি উলিয়াইছে কাজিৰঙা৷

দুখন অৰণ্য৷ এখনত সংস্থাপিত কৰিছে এটা গঁড় আৰু আনখন অৰণ্যত সংস্থাপিত কৰিছে এটা হাতী৷

এনে কাৰ্যৰ বাবে উৎসাহিত কৰিছে পুলিন বৰাৰ জ্যেষ্ঠ ভাতৃ সমাজকৰ্মী বলো বৰাই৷

কন্যাৰ সাঁজত পৰী বৰাও গৌৰৱান্বিত পিতৃৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাত৷

বিয়ালৈ অহা সকলোৰে মুখত শুনা গ’ল পুলিন বৰাৰ মহৎ উদ্দেশ্যৰ প্ৰশংসা৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm
চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

August 23, 2025 5:51 pm
অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

August 23, 2025 5:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd