• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় সেনাৰ লেফটেনেন্ট পদত বোকাখাতৰ আকাশ শ্ৰৱণ ঘোষ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 14, 2020 7:29 pm
Bokakhat's Akash Shravan Ghosh commissioned as a Lieutenant of Indian Army

লেফটেনেণ্ট আকাশ শ্ৰৱণ ঘোষ।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান মিলিটেৰি একাডেমিৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভাৰতীয় সেনাবাহিনীত লেফটেনেন্টৰূপে নিযুক্তি লাভ কৰিছে বোকাখাতৰ যুৱক আকাশ শ্ৰৱণ ঘোষে৷

ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰি একাডেমিৰ পৰা উত্তীৰ্ণ আকাশ শ্ৰৱণ ঘোষক অৰুণাচল প্ৰদেশৰ টেঙ্গা ভেলীত লেফটেনেন্ট হিচাপে নিযুক্ত দিছে ভাৰতীয় সেনাই৷

Apply Now

লেফটেনেণ্ট পদত নিযুক্তিৰে বোকাখাতৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা আকাশ শ্ৰৱণ ঘোষ বোকাখাত টাউন হাইস্কুলৰ শিক্ষক সুনীল কুমাৰ ঘোষ আৰু জয়া ঘোষৰ জ্যেষ্ঠ পুত্ৰ৷

বোকাখাতৰ যুৱক আকাশ শ্ৰৱণ ঘোষে অতি কম বয়সতে ভাৰতীয় সেনাবাহিনীৰ লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ বোকাখাতবাসী৷

১৩ জুনৰ দিনা একাডেমিৰ শিক্ষান্ত অনুষ্ঠানত লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰে আকাশ শ্ৰৱণ ঘোষে৷

সৰুৰেপৰা মেধাৰ পৰিচয় দিবলৈ সক্ষম হোৱা আকাশ শ্ৰৱণ আছিল অত্যন্ত অনুশাসনশীল৷

পুত্ৰই ভাৰতীয় সেনা বিষয়া হিচাবে নিৰ্বাচিত হোৱাত আকাশ শ্ৰৱণৰ পিতৃ-মাতৃয়ে আকাশ শ্ৰৱনৰ সকলো শিক্ষাগুৰু আৰু শুভাকাংক্ষীক কৃতজ্ঞতা জনায়৷

উল্লেখযোগ্য যে আকাশৰ একমাত্ৰ ভাতৃ অমন বিশাল ঘোষো বৰ্তমান ইণ্ডিয়ান মিলিটাৰী একাডেমিত ছাত্ৰ হিচাপে অধ্যয়নৰত৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd