• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰিবেশ্য কলা-কুশলী, শিল্পী সকলক আৰ্থিক সাহায্য প্ৰদানৰ দাবী ভাৰতীয় গণ নাট্য সংঘৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 15, 2020 5:53 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

966
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিবেশ্য কলা- কুশলী, শিল্পী সকলৰ আৰ্থিক সাহায্য আৰু সুস্থ সাংস্কৃতিক আঁচনি ৰূপায়ণৰ বাবে সামাজিক দূৰত্ব মানি আজি ভাৰতীয় গণ নাট্য সংঘই দীঘলী পুখুৰী পাৰত দাবী উত্থাপন কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

ভাৰতীয় গণ নাট্য সংঘৰ অসম শাখাৰ প্ৰধান সম্পাদক বিপুল তালুকদাৰৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰত কয়, ‍‘ভাৰতীয় গণ নাট্য সংঘৰ অসম শাখা আৰু প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘই সীমিত শক্তিৰে কিছু দুৰ্গত শিল্পী সাহিত্যিকক সহায়ৰ হাত আগবঢ়াই সকাহ দিবলৈ চেষ্টা কৰিছো  যদিও সেয়া নিমিত্ত মাথোন’৷

পৰিবেশ্য শিল্পী সকলে আমাৰ সাতাম পুৰুষীয়া ভাষা সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ অহৰহ চেষ্টা কৰি অসমৰ মান ৰক্ষা কৰি আহিছে। সেয়ে শিল্পী আৰু কলা কুশলী সকলৰ সাহায্যৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে সংঘটোৱে।

স্মাৰক পত্ৰত উল্লেখ থকা দাবী সমূহ হ’ল –

চৰকাৰে শিল্পী, কলা-কুশলী, বাদ্যযন্ত্ৰী, শব্দ সমযোজক সকলক অহা ৬ মাহৰ কাৰণে মাহিলী হিচাপত নগদ ধনৰ সহায় আগবঢ়াওক৷

ভ্ৰাম্যমান নাট্যদলৰ শিল্পী, কলা-কুশলী সকলৰ লগত জড়িত শ্ৰমিক সকলক উপযুক্ত আৰ্থিক সাহায্য প্ৰদান কৰক।

বোলছবি আৰু ধাৰাবাহিকৰ লগত জড়িত অভিনেতা অভিনেত্ৰী, নেপথ্য শিল্পী আৰু অন্যান্য সকলো কাৰিকৰী সহযোগীক উপযুক্ত সাহায্য প্ৰদান কৰক।

চৰকাৰে শিল্পী, কলা-কুশলী বাদ্য যন্ত্ৰী শব্দ সংযোজক সকলৰ লগত জড়িত শ্ৰমিক সকলৰ স্বাস্থ্য বীমা নিশ্চিত কৰক।

চৰকাৰী ভাৱে সুস্থ সাংস্কৃতিক আঁচনি প্ৰনয়ন আৰু ৰূপায়নৰ যোগেদি শিল্পী, কলা-কুশলী, বাদ্য যন্ত্ৰী, শব্দ সংযোজক সকলৰ জীৱন-জীৱিকাৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়।

 

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd