• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যোৰহাট বৰহোলা কাণ্ড : সকলো প্ৰকাৰৰ আইনী ব্যৱস্থা লোৱাৰ আশ্বাস আৰক্ষী সঞ্চালক প্ৰধানৰ

খানাপাৰাত ইউনিফাইড কমাণ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক; সেনা-আৰক্ষীয়ে অভিযান চলাওঁতে ভংগ কৰিব নোৱাৰিব মানৱ অধিকাৰ : মুখ্য সচিব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 16, 2020 8:38 pm
Sanjay Krishna And Jayanta Bora
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থাক লৈ খানাপাৰাৰ ষ্টাফ কলেজত  ইউনিফাইড কমাণ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি সেনা আৰক্ষীক মানৱ অধিকাৰ ভংগ নকৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

Apply Now

ইয়াৰোপৰি, যোৰহাটৰ বৰহোলাত জয়ন্ত বৰাৰ ক্ষেত্ৰত সেনাই যি ঘটনা সংঘটিত হৈছিল তাৰ সন্দৰ্ভতো আলোচনা কৰা হৈছিল বুলি উল্লেখ কৰি সঞ্জয় কৃষ্ণই কয় ‘এইটো অতি দুখজনক ঘটনা। ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়া হৈছে। ইয়াৰোপৰি পৰিয়ালৰ কোনো লোকক যাতে চৰকাৰী সংস্থাপন দিব পাৰি সেই ক্ষেত্ৰতো চিন্তা-চৰ্চা কৰা হৈছে।‘

‘SDPO কে ধৰি যিসকল আৰক্ষী বিষয়া এই ঘটনাৰ সৈতে জড়িত আছিল সেই সকলৰ বিৰুদ্ধে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।‘ এইদৰে কয় মুখ্য সচিবে।

ইপিনে, যোৰহাট বৰহোলাৰ ঘটনাৰ পাছতে অধিক তৎপৰ হোৱা দেখা গ’ল ৰাজ্যৰ মুখ্য সচিবগৰাকীক।

‘সেনা আৰক্ষী বা অৰ্ধসামৰিক বাহিনীয়ে অভিযান চলাওতে কোনোধৰণৰ যাতে মানৱ অধিকাৰ উলংঘন নহয় সেইটো কঠোৰভাৱে কোৱা হৈছে। জিলা পৰ্যায়ত DLCC আইনখন প্ৰযোজ্য কৰিবলৈ সকলোকে কোৱা হৈছে। যদি কিবা কাৰণত কোনো গাঁও অথবা বাগানত অভিযান চলাবলৈ যায় তেন্তে সেই অঞ্চলৰ গাঁওবুঢ়া বা বাগানৰ চৰ্দাৰক লগত লৈ যাব লাগিব।‘ এইদৰে কয় মুখ্য সচিবগৰাকীয়ে।

তেওঁ লগতে কয় ‘অভিযান চলাই মানুহ এজনক উঠাই অনা সময়ত মানুহজন কি অৱস্থাত আছে সেয়া সকলোৱে নাজানে। গতিকে লৈ অনাৰ আগত যাতে স্বাস্থ্য পৰীক্ষা কৰিব লাগে, সেই কথা আলোচনা কালত কোৱা হৈছে।‘

এই বিষয়ৰ উপৰিও ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰৰ সন্দৰ্ভ যি তথ্য আছিল সেইখিনিৰ ওপৰত আলোচনা কৰা হৈছিল বুলি তেওঁ কয়।

আনহাতে, সেই একেখন সংবাদমেলত উপস্থিত থকা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় ‘দুৰ্ভাগ্যবশতঃ এটা পৰিবেশত জয়ন্ত বৰাৰ মৃত্যু ঘটিল। সেই বিষয়ৰ ওপৰত এক তদন্ত হ’বই বা ইতিমধ্যে আৰম্ভ হৈছে। ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। যিখিনি যাৱতীয় আইনী ব্যৱস্থা সেয়া লোৱা হ’ব। দোষীক শাস্তি নিশ্চয়কৈ দিয়া হ’ব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd