• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-চীন বিবাদ : সৰ্বদলীয় বৈঠকৰ আহ্বান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2020 3:41 pm
879
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ গলৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষই চৰম পৰ্যায় পোৱাক কেন্দ্ৰ কৰি শুকুৰবাৰে সন্ধিয়া ৫ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে।

সীমান্তত সৃষ্টি হোৱা এই বিবাদ সন্দৰ্ভত অনুষ্ঠিত হ’বলগীয়া আলোচনাত দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ অধ্যক্ষ সকল উপস্থিত থাকিব বুলি প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে জনায়।

ইফালে গলৱান উপত্যকাত সংঘটিত ঘটনা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত মুখ খুলিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

সিঙে কয়, ‍‘এই ঘটনা বহুত দুখজনক আৰু চিন্তনীয়। জোৱানসকলে সাহসেৰে নিজৰ কৰ্তব্য পালন কৰি ছহিদ হ’ল। জোৱানসকলৰ ত্যাগ দেশবাসীয়ে কেতিয়াও নাপাহৰে আৰু মই ছহিদ পৰিয়ালৰ লগত আছো’।

তেওঁ লগতে কয় যে এই সংকটৰ সময়ত দেশ একত্ৰিত হৈ আছে আৰু আমি ভাৰতীয় সৈনিকক লৈ গৰ্বিত।

উল্লেখ্য যে সোমবাৰে নিশা গলৱান উপত্যকাত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত এজন কৰ্ণেলসহ ২০ গৰাকী ভাৰতীয় সেনা জোৱান ছহিদ হৈছিল।

এই ঘটনাৰ পিছতে সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ উপৰি শোকস্তব্ধ কৰি তুলিছে দেশবাসীক।

সীমা কেন্দ্ৰিক বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰা সন্দৰ্ভক চীনৰ বিদেশ মন্ত্ৰীয়ে কয় যে চীন-ভাৰতে এই সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব।

তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই যে এই পৰ্যন্ত চীনে তেওঁলোকৰ কিমান সৈনিক নিহত হৈছে সেই সম্পৰ্কে কোনো তথ্য ৰাজহুৱা কৰা নাই।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd