• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ভূখণ্ড চীনক সমপৰ্ণ কৰিছে’ : ৰাহুল গান্ধী

সৰ্ব দলীয় বৈঠকত প্ৰধানমন্ত্ৰীয়ে কৰা বক্তব্যৰ পিছতে সবত্ৰে প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2020 6:05 pm
867603-rahul-gandhi-bottlenecks.gif

ফাইল ফটো

8.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাতত ভাৰতৰ ভূখণ্ড সমপৰ্ণ কৰিছে। এই দাবী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই দাবী কৰি লগতে কয় যে চীনৰ আগ্ৰাসনৰ ওচৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মসমপৰ্ণ কৰিছে।

“আগ্ৰাসী চীনৰ হাতত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ভূখণ্ড সমপৰ্ণ কৰিছে। যদি সেই ভূখণ্ড চীনৰ, তেনে কিয় আমাৰ সৈন্যসকলক তাত হত্যা কৰা হৈছিল?” প্ৰধানমন্ত্ৰী মোদীক টেগ কৰি ৰাহুল গান্ধীয়ে এইদৰে টুইট কৰিছে।

উল্লেখ্য যে, যোৱা মে’ মাহৰ পৰা লাডাখ সীমান্তত দুই দেশৰ সৈন্য বাহিনীৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়ৰে পৰা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা চৰকাৰৰ ভূমিকাৰ সন্দৰ্ভত সৰৱ হৈ আহিছে।

বিভিন্ন প্ৰশ্ন আৰু অভিযোগৰ লগতে সীমান্তৰ বিবাদকলৈ ভাৰত চৰকাৰৰ নিষ্ক্ৰিয়তাক সমালোচনা কৰি আহিছে ৰাহুল গান্ধীয়ে।

সৰ্ব দলীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অধিক আক্ৰমণাত্মক হৈ পৰিছে মোদীৰ লগতে চৰকাৰৰ বিৰুদ্ধে।

শুকুৰবাৰে সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে ‘কোনোৱে আমাৰ ভূখণ্ডত প্ৰৱেশ আৰু আমাৰ প’ষ্ট দখলো কৰা নাছিল’।

প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ পিছতে সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিৰোধী নেতাসকলৰ লগতে প্ৰাক্তন সেনা বিষয়াসকলেও চৰকাৰ তথা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

আনহাতে সোমবাৰে গাৱলান উপত্যকাত দুয়ো দেশৰ সেনাৰ মাজত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছতে চীনৰ বৈদেশিক মন্ত্ৰীৰে হোৱা টেলিফোনিক বাৰ্তালাপত ভাৰতৰ বৈদেশিক মন্ত্ৰী এ জয়শঙ্কৰে গালৱান উপত্যকাৰ পাংগং হ্ৰদ ভাৰতৰ বুলি দাবী কৰি কৈছিল যে চীনা সৈন্যই ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি ভৰাতীয় সৈন্যৰ ওপৰত আক্ৰমণ কৰিছিল।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd