• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কত ক’ৰ’নাৰ আতংক; চিন্তাৰ কাৰণ যোৰহাটৰ এখন বিশেষ বিবাহনুষ্ঠান

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 24, 2020 7:07 pm
1862 persons test COVID-19 positive in Assam on Friday

প্ৰতিনিধিত্বমূলক ছবি

1k
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ৰ সন্ত্ৰাসৰ মাজতে যোৰহাট নগৰৰ সোনাৰী গাঁৱৰ এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰা লক্ষ্যজিত বৰদলৈ নামৰ যুৱকজনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত সৃষ্টি হোৱা আতংকই এতিয়া টীয়কতো কঁপনি তুলিছে।

টীয়কৰ পৰ্বতীয়া গাঁৱৰ পাঁচটা পৰিয়ালৰ সদস্যৰ লগতে বৰবৰা গাঁৱৰ এজন যুৱকে উক্ত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ খবৰ বিয়পি পৰাত এতিয়া চৌদিশে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

ঘটনাটোৰ বিষয়ে অৱগত হৈ চিকিৎসা কৰ্মীৰ এটা দলে পৰিয়াল কেইটাৰ ওচৰলৈ গৈ হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিছিল যদিও প্ৰথম অৱস্থাত এই পৰামৰ্শ নামানি একাংশ সদস্য মুকলিকৈ ঘুৰি থকা পৰিলক্ষিত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অৱশ্য পুনৰ চিকিৎসা কৰ্মীৰ এটা দলে কঠোৰভাৱে হোম কোৱাৰেণ্টাইনৰ নীতি-নিয়ম মানি চলাৰ নিৰ্দেশনা দিয়া বুলি জানিব পৰা গৈছে আৰু গাঁওবাসীৰ সহযোগিতাত পৰিস্থিতি বৰ্তমান স্বাভাৱিক।

ইপিনে ডিফুৰ পৰা যোৰহাটলৈ আহি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নিজৰ স্বাব পৰীক্ষা কৰাৰ পিচত স্বাবৰ ফলাফল নহাকৈয়ে লক্ষ্যজিত বৰদলৈয়ে টীয়ক মেলেঙৰ এখন গাঁৱৰ এঘৰত ফুৰিবলৈ অহাৰ বিষয়েও জানিব পৰা গৈছে।

ইতিমধ্যে বৰদলৈৰ দেহত কোভিড-১৯ ধৰা পৰাত গাঁওবাসীয়ে উক্ত পৰিয়ালটোক হোম কোৱাৰেণ্টাইনত থাকিবলৈ জনোৱা অনুৰোধৰ প্ৰতি পৰিয়ালটোৱে সঁহাৰি দিছে আৰু পৰিয়ালটোৰ সদস্যসকলৰ স্বাব পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে চিকিৎসা কৰ্মীয়ে।

ইপিনে টীয়কৰ দোকান বজাৰত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ ভিৰ। মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব, ফলত অনাগত দিনত গণ সংক্ৰমণ ঘটাৰ আশংকা কৰিছে সচেতন মহলে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd