• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ : গুৱাহাটীত পুনৰ সম্পূৰ্ণ লকডাউন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 26, 2020 1:28 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত অহা দেওবাৰৰ নিশা ১২ বজাৰ পৰা অনিৰ্দিষ্টকাললৈ হ’ব  সম্পূৰ্ণ লকডাউন। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

‘অত্যন্ত অনিশ্চাস্বত্তেও সোমবাৰৰ পৰা ১৪ দিনৰ বাবে লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেওবাৰে নিশা ১২ বজাৰ পৰাই এই লকডাউন প্ৰযোজ্য হ’ব‘, মন্ত্ৰীগৰাকীয়ে সংবাদমেলত এইদৰে কয়।

Apply Now

যোৱা কেইদিনমান ধৰি গুৱাহাটীত ভয়ংকৰ ৰূপত হৈ আছে গণ সংক্ৰমণত। গণ সংক্ৰমণৰ প্ৰথম পৰ্য্যায়ত ভৰি দিলে মহানগৰ গুৱাহাটী। আক্ৰান্তসকলৰ বহুতৰে নাই কোনোধৰণৰ ট্ৰেভেল হিষ্ট্ৰী।

সেযেহে এই গণ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে পুনৰবাৰ গুৱাহাটীত ঘোষণা কৰিছে লকডাউন।

এই লকডাউনত শাক-পাছলি, মাছ-মাংসৰ দোকান গেলামালৰ দোকানো খোলা নাথাকিব। কোনোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ, মঠ-মন্দিৰ, সাংস্কৃতিক অনুষ্ঠান সকলোৰে ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

জৰুৰীকালীন সেৱাসমূহ সম্পূৰ্ণৰূপে মুকলি থাকিব। চৰকাৰী ব্যক্তিগত সকলো কাৰ্য্যালয় বন্ধ থাকিব।

উক্ত সংবাদমেলত হিমন্তই কয় ‘গুৱাহাটী মহানগৰীৰ ১০ শতাংশ লোকেও মাস্ক ব্যৱহাৰ কৰা নাই আৰু সামাজিক ব্যৱধান মানি চলা নাই।‘

‘ৰাইজে এটা কথা অনুভৱ কৰিব লাগিব মহানগৰীত হস্পিতালসমূহত মুঠ ৮৯০ খন বিচনা আছে। আৰু ২০০ ৰ অধিক কেচ পালে চাৰিদিনত হস্পিতাল বেড পৰিপূৰ্ণ হৈ যাব।‘ এইদৰে কয় হিমন্তই।

ইপিনে, সৰহসংখ্যক ব্যৱসায়ীয়েও নিজৰ সামাজিক দায়িত্ব পালনত ব্যৰ্থ হৈছে বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘প্ৰতিষ্ঠানৰ সন্মুখত চেনিটাইজাৰ নাৰাখে।‘

ইপিনে, ভয়ংকৰ গণ সংক্ৰমণ হোৱাৰ বাবে চিন্তিত হৈ হিমন্তই কয় ‘৮০০ ৰ ওপৰত যোৱাৰ লগে লগে ঘৰৰ পৰা ৰোগীসকলক আনিব নোৱাৰা হ’ম। তেতিয়া মৃতকৰ সংখ্যা বৃদ্ধি পাব আৰু সমস্যা অধিক জটিল হৈ পৰিব।‘

‍‘গুৱাহাটী মহানগৰীৰ পৰা বেছি কেছ অহা আৰম্ভ হৈছে। কালি যিমান কেচ হৈছিল তাৰে ৪৮-৪৯ শতাংশ গোচৰ গুৱাহাটী মহানগৰীৰ পৰা আহিছিল। দ্ৰুতগতিত বৃদ্ধি পাইছে এই সংখ্যা।১৫ জুনৰ ১০৬১৭ গৰাকী লোকৰ চেম্প’ল সংগ্ৰহ কৰা হৈছে। তাৰে ভিতৰত ৭৬২ গৰাকী লোক আক্ৰান্ত হৈছিল। ৬৭৬ টা কেচ গুৱাহাটী মহানগৰীত গণ সংক্ৰমণ হৈছে। কালি ১৩৩ কেচ গুৱাহাটীৰ পৰাই পোৱা গৈছে’, এই কথা জনাই মন্ত্ৰী হিমন্তই।

উল্লেখ্য যে এই লকডাউনৰ সময়ছোৱাত সীমিত সংখ্যক কৰ্মচাৰীৰে বেংক তথা এ টি এম সমূহ খোলা থাকিব বুলি জানিবলৈ দিয়ে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd