• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনিল ৰাজাক দলৰ পৰা বহিষ্কাৰ অসম প্ৰদেশ কংগ্ৰেছৰ : দিয়া নাছিল কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2018 7:17 pm
anil raja apcc

অনিল ৰাজাৰ ফাইল ফটো।

108
VIEWS
Share on FacebookShare on Twitter

অনিল ৰাজাক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে।

দলে ৰাজালৈ জাৰি কৰা কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ নিদিয়াৰ বাবেই তেওঁক আজি দলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাজাই প্ৰাক্তন মন্ত্ৰী তথা দলটোৰ এজন প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে মন্ত্ৰী হৈ থাকোতে ব্যাপক দুৰ্নীতি কৰি বিশাল সম্পত্তি আহৰণ কৰা বুলি অভিযোগ আনি হুছেইনৰ ‘সম্পত্তিৰ তালিকা’ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল। ৰকিবুলৰ নিজৰ আৰু পৰিয়ালৰ আন সদস্যৰ নামত ৰাজ্যৰ বিভিন্ন ঠাইত আৰু ৰাজ্যৰ বাহিৰতো মাটি, ফ্লেট, ব্যৱসায়িক প্ৰতিষ্ঠান আদি থকা বুলি দাবী কৰিছিল ৰাজাই।

দেওবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা গুলাম নবী আজাদে ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰাৰ সময়ত তালৈ অহা ৰাজা দলীয় কৰ্মীৰ ব্যাপক প্ৰতিবাদৰ সম্মুখীন হ’ব লগা হৈছিল।

বহুসংখ্যক দলীয় কৰ্মীয়ে ৰাজাক ‘বিজেপিৰ এজেণ্ট’, ‘ঘৰ বিভীষণ’ আদি বুলি তিৰস্কাৰ কৰিছিল।

Recent News

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd